শামলীৰ যুদ্ধ বা থানা ভৱনৰ যুদ্ধ হৈছে ১৮৫৭ চনৰ ১০ মে’ত ইমদাদুল্লাহ মুহাজিৰ মক্কীৰ বাহিনী আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা এক সংঘৰ্ষ। ই ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ অংশ আছিল।

শামলীৰ যুদ্ধ
চিপাহী বিদ্ৰোহ ১৮৫৭ৰ অংশ
তাৰিখ ১০ মে’ ১৮৫৭ চন
অৱস্থান থানা ভৱন, শামলী জিলা, ভাৰত
ফলাফল কোম্পানী পৰাজিত[1]
যুজাৰু
স্থানীয় উলামা ইষ্ট ইণ্ডিয়া কোম্পানী
কমাণ্ডাৰ আৰু দলপতিসকল
ইমদাদুল্লাহ মুহাজিৰ মক্কী
ৰছিদ আহমেদ গংগোহী
মহম্মদ কাছিম নানৌতৱী
মহম্মদ ইয়াকুব নানৌতৱী
নজিব আলী চৌধুৰী[2][3]
মহম্মদ জামিন 
মহম্মদ মুনীৰ নানৌতৱী
অজ্ঞাত
সৈন্য শক্তি
অজ্ঞাত অজ্ঞাত
ক্ষয়ক্ষতিৰ পৰিমাণ
অজ্ঞাত অজ্ঞাত

১৮৫৭ চনৰ ১০ মে’ত ইমদাদুল্লাহ মুহাজিৰ মক্কিৰ নেতৃত্বত স্থানীয় মুছলমানসকলে দিল্লীৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ নিলগত বৰ্তমানৰ উত্তৰ প্ৰদেশৰ শামলী জিলাৰ এখন সৰু চহৰ থানা ভৱনত একত্ৰিত হৈ ভাৰতত কোম্পানী শাসনৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে। শামলী যুদ্ধ নামেৰে পৰিচিত হোৱা যুদ্ধত ধৰ্মগুৰুসকলে দিনটো জয় কৰি বেছিভাগেই শামলী জিলাত চৰকাৰ স্থাপন কৰে।[4][5] মহম্মদ কাছিম নানৌতৱী আছিল মুখ্য সেনাধ্যক্ষ আৰু ৰছিদ আহমদ গংগোহী ৰাজ্যখনৰ কাদী আছিল যদিও মহম্মদ জামিনক হত্যা কৰাৰ কিছু সময়ৰ পিছতে পৰিস্থিতি ইষ্ট ইণ্ডিয়া কোম্পানীৰ পক্ষত পৰিণত হয়। ইয়াৰ পিছতে ১৮৫৭ চনৰ বিদ্ৰোহৰ অন্যতম প্ৰধান নেতা বাহাদুৰ শ্বাহ জাফৰক গ্ৰেপ্তাৰ কৰা হয়। শামলী ইংৰাজৰ হাতত পৰিল, আৰু ইষ্ট ইণ্ডিয়া কোম্পানী সেনাই থানা ভৱন চহৰখন বহুলাংশে ধ্বংস কৰি পেলায়।[6]

গ্ৰন্থতালিকা সম্পাদনা কৰক

  • নাজমুল হাছান থানৱী (ঊৰ্দু ভাষাত). ময়দান-ই-শামলী-ও-থানা ভৱন ঔৰ ছাৰ্ফৰোষণ-ই-ইছলাম. প্ৰকাশক থানা ভৱন: ইদাৰা তালিফাত-ই-আশ্ৰফিয়া. 

তথ্যসমূহ সম্পাদনা কৰক

  1. Wali Rahmani (September 2007). "کیا ۱۸۵۷/ کی جدوجہد "پہلی "جنگ آزادی تھی ؟". Darul Uloom (Darul Uloom Deoband) খণ্ড 1 (9). http://darululoom-deoband.com/urdu/articles/tmp/1428729711%2005-Kia%201857%20Ki%20Jido%20Juhd_MDU_09_September_2007.htm। আহৰণ কৰা হৈছে: 1 June 2021. 
  2. Rahman, Md. Matiur; Bhuiya, Abdul Musabbir (2009). Teaching of Arabic language in Barak Valley: a historical study (14th to 20th century). প্ৰকাশক Silchar: Assam University. পৃষ্ঠা. 59–60. https://shodhganga.inflibnet.ac.in/bitstream/10603/92871/7/07_chapter%203.pdf. 
  3. Thanwi, Ashraf Ali (1982). "Imdad al-Mushtaq ila Ashraf al-Akhlaq". Islamic Culture (Islamic Culture Board) খণ্ড LVI (I): 321. https://books.google.com/books?id=QYFCAAAAYAAJ&q=%22Haji+Imdad+Allah+Faruqi+was+a+paragon+of+Chishti-%C2%A7abiri+tradition+who+took+an+active+part+in+the+1857+uprising+and+even+established+an+emirate+at+Thana+Bhawan.+Shamli%27s+catastrophe+forced+him+to+leave+India+and+settle+at+Mecca%22. 
  4. "Who led 1857's Battle of Shamli?". https://www.milligazette.com/news/Family-Kids/13687-who-led-1857s-battle-of-shamli/। আহৰণ কৰা হৈছে: 17 March 2021. 
  5. "Tablighi Jamaat: Faith vs Frenzy". Archived from the original on 2 August 2021. https://web.archive.org/web/20210802060527/https://www.gfilesindia.com/tablighi-jamaat-faity-vs-frenzy/। আহৰণ কৰা হৈছে: 17 March 2021. 
  6. "جنگ آزادی میں مولانا رشید احمد گنگوہی رحمۃ اللہ علیہ کا کردار". November 2014. https://www.banuri.edu.pk/bayyinat-detail/%D8%AC%D9%86%DA%AF-%D8%A7-%D8%B2%D8%A7%D8%AF%DB%8C-%D9%85%DB%8C%DA%BA-%D9%85%D9%88%D9%84%D8%A7%D9%86%D8%A7-%D8%B1%D8%B4%DB%8C%D8%AF-%D8%A7%D8%AD%D9%85%D8%AF-%DA%AF%D9%86%DA%AF%D9%88%DB%81%DB%8C-%D8%B1%D8%AD%D9%85%DB%83-%D8%A7%D9%84%D9%84%DB%81-%D8%B9%D9%84%DB%8C%DB%81-%DA%A9%D8%A7-%DA%A9%D8%B1%D8%AF%D8%A7%D8%B1.