শিলচৰ বিমানবন্দৰ
শিলচৰ বিমানবন্দৰ (বঙালী: শিলচৰ বিমানবন্দৰ) (ইংৰাজী: Silchar Airport) (আইএটিএ: IXS, আইচিএঅ’: VEKU) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য অসমৰ কাছাৰ জিলাৰ শিলচৰত অৱস্থিত এটা বিমানবন্দৰ। এই বিমানবন্দৰটো শিলচৰ নগৰৰ পৰা কিছু দূৰৈত কুম্ভিৰগ্ৰাম নামৰ ঠাইত অৱস্থিত। বিমানবন্দৰটো ১৯৪৪ চনত বৃটিছসকলে প্ৰতিষ্ঠা কৰে। শিলচৰ বিমানবন্দৰে বছৰি প্ৰায় ২,৩০,০০০ যাত্ৰী বহন কৰে। প্ৰতি সপ্তাহত প্ৰায় ৩০ খন বিমান শিলচৰ বিমানবন্দৰৰ পৰা ইম্ফল, গুৱাহাটী, কলকাতা আৰু তেজপুৰলৈ যাত্ৰা কৰে।
শিলচৰ বিমানবন্দৰ Kumbhirgram Air Force Base শিলচৰ বিমানবন্দৰ কুম্ভীৰগ্ৰাম বায়ুসেনা বেস | |||
---|---|---|---|
আইএটিএ: IXS – আইচিএঅ: VEKU
| |||
সংক্ষিপ্ত | |||
প্ৰকাৰ | ভাৰতীয় বায়ু সেনা / অসামৰিক বিমানবন্দৰ | ||
অধিকাৰী | ভাৰতীয় বায়ু সেনা | ||
অপাৰেটৰ | ভাৰতীয় বায়ু সেনা, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ | ||
সেৱা | শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ | ||
অৱস্থান | কুম্ভিৰগ্ৰাম, শিলচৰ, অসম, ভাৰত | ||
উচ্চতা | 352 ফুট / 107 মিটাৰ | ||
স্থানাঙ্ক | 24°54′47″N 092°58′43″E / 24.91306°N 92.97861°E | ||
ৱেবছাইট | |||
উড্ডায়ন পথ | |||
দিকনিৰ্দেশনা | দৈৰ্ঘ্য | উপৰিতল | |
ফুট | মিটাৰ | ||
০৬/২৪ | ৭,৫০০ | ২,২৮৬ | কংক্ৰিট |
পৰিসংখ্যা (২০১৬) | |||
Passenger Movements | 200,855(![]() | ||
Aircraft Movements | 3586(![]() |
ইতিহাসসম্পাদনা কৰক
শিলচৰ বিমানবন্দৰটো ১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বৃটিছসকলে প্ৰতিষ্ঠা কৰিছিল। ১৯৪৪ চনৰ মাৰ্চ মাহৰ পৰা বিমানবন্দৰটো সম্পূৰ্ণ ৰূপে কাৰ্য্যক্ষম হৈ উঠিছিল।
বিমান আৰু গন্তব্যস্থানসমূহসম্পাদনা কৰক
এয়াৰলাইন | গন্তব্যস্থান |
---|---|
এয়াৰ ইণ্ডিয়া | কলকাতা |
এয়াৰ ইণ্ডিয়া আঞ্চলিক | গুৱাহাটী, ইম্ফল, কলকাতা, তেজপুৰ |
জেট এয়াৰৱেজ | গুৱাহাটী, কলকাতা |
স্পাইচজেট | গুৱাহাটী, কলকাতা |
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
- Silchar Airport at the AAI
- Airport information for VEKU at World Aero Data. Data current as of October 2006.