শুমশ্তী বা শুমশ্ত এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তানৰ পূব অঞ্চলত ব্যৱহাৰ কৰা হয়। এই ভাষা কুনাৰ প্ৰান্তৰ কোনো কোনো অঞ্চলত কোৱা হয়: কুনাৰ উপত্যকাৰ পশ্চিম অংশত, জলালাবাদ আৰু পেচ উপত্যকাৰ মাজৰ অংশত। এই ভাষা কোৱা লোকৰ সংখ্যা ১৯৯৪ চনত ১০০০ আছিল।[2]

Shumashti
থলুৱা অঞ্চল Afghanistan
অঞ্চল Kunar Province
স্থানীয় ভাষিক
(1,000 cited 1994)e25
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 sts
গ্লোটোলগ shum1235[1]

আন ভাষাৰ সৈতে সম্বন্ধ সম্পাদনা কৰক

এই ভাষাৰ ওপৰত চুপুৰীয়া উত্তৰ-পূৰ্বী পাশ্বায়ী ভাষাসমূহৰ প্ৰভাৱ দেখা যায়, আৰু এই ভাষা গ্ৰঙলী বা নঙলামী ভাষাৰ ভগ্নী ভাষা। সেই ভাষাৰ সৈতে শুমশ্তীৰ প্ৰায় এক তৃতীয়াংশ প্ৰাথমিক শব্দাৱলী একেই। তদুপৰি ই গৱাৰ-বাতী ভাষাৰো ভগ্নী ভাষা, যাৰ সৈতে এই ভাষাৰ প্ৰায় ৫০% প্ৰাথমিক শব্দাৱলী মিল খায়।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Shumashti". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/shum1235. 
  2. 2.0 2.1 সাঁচ:E19