শৈশৱতে ধেমালিতে হৈছে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। বিদ্যুৎ কটকীয়ে চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত পৰিচালক অনুৰাগ শইকীয়াই।

শৈশৱতে ধেমালিতে
পৰিচালক বিদ্যুৎ কটকী
ৰচনা বিদ্যুৎ কটকী
সংগীত পৰিচালক অনুৰাগ শইকীয়া
মুক্তি
ডিচেম্বৰ,২০১৭
দেশ ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

অভিনয়ত সম্পাদনা কৰক

বঁ‌টা সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক