নিকুমণি বৰুৱা (ইংৰাজী: Nikumoni Baruah) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। অভিনয় কৰাৰ উপৰিও তেখেতে কেইখনমান চলচ্চিত্ৰত প্ৰযোজনা কৰিছে[1]৷ প্ৰায় ৯ বছৰ বয়সৰ পৰা তেখেতে অভিনয় কৰি আহিছে৷ বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাচলচ্চিত্ৰ, নাটক আৰু চুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে[1]

নিকুমণি বৰুৱা
জন্ম ২৯ জুলাই, ১৯৬৯
অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেত্ৰী, চলচ্চিত্ৰ প্ৰযোজক

অসমীয়া চলচ্চিত্ৰত নিকুমণি বৰুৱা সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Niku Moni Baruah". Assamspider.com. 2010-09-04. http://www.assamspider.com/resources/3378-Niku-Moni-Baruah.aspx। আহৰণ কৰা হৈছে: 2013-02-17. 

বাহ্যিক সংযোগ সম্পাদনা কৰক