শ্বেতা ত্ৰিপাঠী
শ্বেতা ত্ৰিপাঠী (জন্ম-৭ জুলাই ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ প্ৰডাকচন সহকাৰী আৰু সহযোগী পৰিচালিকা হিচাপে তেখেতে ছবিজগতত নিজৰ কেৰিয়াৰৰ পাতনি মেলে৷ কিন্তু হিন্দী কথাছবি আৰু ৱেব চিৰিজত অভিনয়ৰ জৰিয়তেহে শ্বেতাই প্ৰশংসা আৰু সমাদৰ লাভ কৰে৷ তেখেতৰ উল্লেখনীয় কৰ্ম হৈছে মাছান (২০১৫) আৰু হাৰামখোৰ (২০১৭).[1][2][3]
শ্বেতা ত্ৰিপাঠী | |
---|---|
২০১৮ চনত শ্বেতা | |
জন্ম | ০৬ জুলাই, ১৯৮৫ (৩৯ বছৰ) নতুন দিল্লী, ভাৰত |
শিক্ষা | ফেশ্বন প্ৰযুক্তিবিদ্যাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০০৯–বৰ্তমানলৈকে |
দাম্পত্যসঙ্গী | চৈতন্য শৰ্মা(বিবাহ-২০১৮) |
ব্যক্তিগত জীৱন
সম্পাদনা কৰক১৯৮৫ চনৰ ৬ জুলাইত শ্বেতা ত্ৰিপাঠীৰ জন্ম হৈছিল৷ জন্মৰ স্থান আছিল নতুন দিল্লী৷ [4] তেখেতৰ পিতৃ ভাৰতীয় অসামৰিক সেৱাৰ লগত জড়িত৷ মাতৃ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী৷ পিতৃয়ে চাকৰিসূত্ৰে কেইবাখনো ঠাই সলাই থাকিবলগা হোৱা বাবে শ্বেতাই তেওঁৰ শৈশৱ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, আৰু মুম্বাইত কটাবলগীয়া হয়৷ [4] আন্দামানত কটোৱা সময়খিনিত তেখেতে সৰ্বাধিক সুখৰ সময় বুলি অভিহিত কৰে-"That’s when I discovered how much I like travelling and being outdoors. Every weekend used to be a picnic on a new island, and it was an enriching experience".[5] উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰিবলৈ ত্ৰিপাঠী নতুন দিল্লীলৈ ঘূৰি আহে আৰু আৰকে পুৰমত থকা দিল্লী পাব্লিক স্কুলত শিক্ষাগ্ৰহণ কৰে৷ তাৰপিছত তেখেতে "নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্যন টেকন'লজি"ত অধ্যয়ন কৰে আৰু ফেশন কমিউনিকেশণত ডিগ্ৰী অৰ্জন কৰে৷[6] ২০১৮ চনৰ ২৯ জুনত অভিনেতা আৰু ৰেপাৰ চৈতন্য শৰ্মাৰ লগত তেখেতে বৈবাহিকজীৱনৰ পাতনি মেলে৷ [7]
অভিনয়-জীৱন
সম্পাদনা কৰকহিন্দী কথাছবি "মছান"ৰ জৰিয়তে শ্বেতা চৰ্চাৰ মাজলৈ আহে৷ ইয়াৰ পিছত শ্বেতাই ডিজনি ইণ্ডিয়াৰ ছিট কম "ক্য মষ্ট হ্যে লাইফ"ত এটি ল'ৰাসুলভ চৰিত্ৰ "জেনিয়া খান" ৰূপায়ণ কৰে৷ [8][9] টাটা স্কাই, ভোডাফোন আৰু মেকডোনাল্ডছৰ দৰে ব্ৰেণ্ডৰ বিজ্ঞাপনতো শ্বেতাই অভিনয় কৰিছে৷[10] ফেমিনা ইণ্ডিয়াৰ আলোচনীত তেখেতে ফটো সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ "ক্যা মষ্ট হে লাইফ"ৰ লগত জড়িত হোৱাৰ আগেয়ে শ্বেতাই পিক্সিৱন ট্ৰেইলাৰ হাউছত কাম কৰিছিল৷ তদুপৰি তেখেতে "অল মাই টি প্ৰডাকছনচ" নামৰ থিয়েটাৰ কোম্পানী এটাও চলাইছিল৷[11]
বিন্দাছত প্ৰচাৰিত "দ্য ট্ৰিপ"ত শ্বেতাই অংশ লৈছিল৷ [12]সাৰাৱন ৰাজেন্দ্ৰন পৰিচালিত "মেহেন্দী চাৰ্কাছ" আছিল শ্বেতাৰ প্ৰথমখন তামিল ভাষাৰ ছবি৷[13] আইফোনযোগে দৃশ্যগ্ৰহণ কৰা পূৰ্ণ দৈঘ্যৰ ভাৰতীয় ছবি "মুভি জু"ত শ্বেতাই কাম কৰিছিল৷[14]পৰৱৰ্তী কালত শ্বেতাই "মিৰ্জাপুৰ" নামৰ ৱেব-চিৰিজটোত অভিনয় কৰে৷[15] শেহতীয়া ছবি গ'ন কেশ হৈছে শ্বেতাৰ উল্লেখনীয় কৰ্ম৷ ছবিখনত শ্বেতাই এলোপেছিয়া ৰোগত আক্ৰান্ত যুৱতীৰ চৰিত্ৰত অভিনয় কৰে-যিয়ে জীৱনত সংঘাত আৰু আত্মমৰ্যাদা প্ৰতিষ্ঠা কৰিবলৈ যুঁজ দিবলগীয়া হয়৷[16]
টিভিএফৰ "ট্ৰিপলিঙ"ৰ দ্বিতীয়টো ছিজনত শ্বেতাই বেগম জেইনাবৰ চৰিত্ৰ ৰূপায়ণ কৰে৷ [17]
এমাজন প্ৰাইম ভিডিঅ'যোগে সম্প্ৰচাৰিত হোৱা ৱেব-চিৰিজ "লাখো মে এক"ৰ দ্বিতীয়টো চিজনত শ্বেতাই এগৰাকী চিকিৎসক ডা০ শ্ৰেয়াৰ ভূমিকা ৰূপায়ণ কৰে৷ শ্বেতাৰ অভিনয়ৰ প্ৰশংসা কৰি ইণ্ডিয়া টুডেয়ে কয় যে-The star of the show is Shweta Tripathi (Masaan and Mirzapur), in her first leading turn in a web series.[18]
চলচ্চিত্ৰপুঞ্জী
সম্পাদনা কৰকছবি
সম্পাদনা কৰকবৰ্ষ | ছবি | চৰিত্ৰ | টোকা |
---|---|---|---|
২০১১ | তৃষ্ণা | শ্বেতা | |
২০১১ | সুজাতা | তৰুণী সুজাতা | চুটি ছবি[19] |
২০১৫ | মাছান | শ্বালু গুপ্তা | জি চিনে বঁটা, সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী |
২০১৬ | লাভ শ্বটছ | চুটি ছবি | |
২০১৭ | হাৰামখোড় | সন্ধ্যা | |
২০১৮ | বিউটিফুল ৱৰ্ল্ড | চুটি ছবি | |
২০১৯ | গ'ন কেশ | এনাক্ষী | |
২০১৯ | কাৰ্গো | চুটি ছবি | |
২০১৯ | মেহেন্দী চাৰ্কাচ | মেহেন্দী | তামিল ছবি |
২০১৯ | দ্য ইলিগেল | মাহী | |
২০২০ | টিকট টু বলিউড | প্ৰাক্-প্ৰডাকচন | |
২০২০ | "ধনুষ ফিল্ম" | তামিল ছবি |
দূৰদৰ্শন
সম্পাদনা কৰকবৰ্ষ | শীৰ্ষক | চৰিত্ৰ | টোকা |
---|---|---|---|
২০০৯-১০ | ক্যা মষ্ট হে লাইফ | জেনিয়া খান | ডিজনি ইণ্ডিয়াত সম্প্ৰচাৰিত |
২০১৬-২০১৮ | দ্য ট্ৰিপ | অনন্যা[20] | |
২০১৮ | মিৰ্জাপুৰ | গজগামিনী গলু গুপ্তা | এমাজন প্ৰাইম ভিডিঅ'[21][22] |
২০১৯ | মেইড ইন হেভেন | প্ৰিয়ংকা মিশ্ৰ | খণ্ড: "দ্য প্ৰাইচ অৱ লাভ"[23] |
২০১৯ | টিভিএফ ট্ৰিপলিং | বেগম জৈনৱ | খণ্ড: "কবুতৰ যা যা"[24] |
২০১৯ | লাখৌ মে এক(দ্বিতীয় চিজন) | ডা০ শ্ৰেয়া পাথাৰে | এমাজন প্ৰাইম ভিডিঅ'[25] |
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত শ্বেতা ত্ৰিপাঠী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- শ্বেতা ত্ৰিপাঠী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Shweta Tripathi: I can’t be an arm candy in films". http://indianexpress.com/article/entertainment/bollywood/shweta-tripathi-i-cant-be-an-arm-candy-in-films/.
- ↑ Moudgil, Reema (3 August 2015). "'All I Want is To Touch a Chord as an Actor'". The New Indian Express. http://www.newindianexpress.com/cities/bengaluru/2015/aug/03/All-I-Want-is-To-Touch-a-Chord-as-an-Actor-793944.html। আহৰণ কৰা হৈছে: 18 October 2018.
- ↑ "Masaan, Haraamkhor and web-series The Trip, Shweta Tripathi is going strong" (en-US ভাষাত). The Indian Express. 2017-01-15. http://indianexpress.com/article/entertainment/bollywood/shes-got-the-look-shweta-tripathi-haraamkhor-masaan-4473523/.
- ↑ 4.0 4.1 "Shweta Tripathi birthday: Here are some little known facts about the Masaan actress that might surprise you! | Entertainment News" (en ভাষাত). Times Now. https://www.timesnownews.com/entertainment/news/people/photo-gallery/here-are-some-little-known-facts-about-masaan-actress-shweta-tripathi-that-might-surprise-you/449620। আহৰণ কৰা হৈছে: 20 May 2020.
- ↑ Shah, Zaral (16 August 2017). "Shweta Tripathi on Why being an actor comes to her as naturally as breathing". Verve. https://www.vervemagazine.in/people/shweta-tripathi-on-why-being-an-actor-came-to-her-as-naturally-as-breathing। আহৰণ কৰা হৈছে: 19 June 2020.
- ↑ "Masaan, Haraamkhor and web-series The Trip, Shweta Tripathi is going strong" (en-US ভাষাত). The Indian Express. 15 January 2017. https://indianexpress.com/article/entertainment/bollywood/shes-got-the-look-shweta-tripathi-haraamkhor-masaan-4473523/। আহৰণ কৰা হৈছে: 19 June 2020.
- ↑ https://www.ndtv.com/entertainment/masaan-actress-shweta-tripathi-to-marry-rapper-chaitanya-sharma-aka-slowcheeta-1836412#:~:text=New%20Delhi%3A%20Actress%20Shweta%20Tripathi,she%20told%20news%20agency%20IANS.
- ↑ Disney channel launches summer offering Kya Mast Hai Life, Webindiea123.com Archived 2017-07-29 at the Wayback Machine, retrieved 7 April 2010.
- ↑ "Shweta Tripathi on Tamil debut: Want to explore as much as I can" (en-US ভাষাত). The Indian Express. 2017-09-27. http://indianexpress.com/article/entertainment/regional/shweta-tripathi-on-tamil-debut-want-to-explore-as-much-as-i-can-4864288/.
- ↑ "Ads of Shweta Tripathi | Tv Commercials of Shweta Tripathi" (en ভাষাত). www.indianfilmhistory.com. https://www.indianfilmhistory.com/celebrity/tvc/shweta-tripathi। আহৰণ কৰা হৈছে: 2020-05-27.
- ↑ https://www.postoast.com/shweta-tripathi-photos/
- ↑ "Revealed: First look of Masaan actress Shweta Tripathi in 'The Trip' - Times of India". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/Revealed-First-look-of-Masaan-actress-Shweta-Tripathi-in-The-Trip/articleshow/55689001.cms.
- ↑ "Masaan actress Shweta Tripathi plays circus performer in her Tamil debut Mehandi Circus; film likely to release in September- Entertainment News, Firstpost" (en ভাষাত). Firstpost. 2018-07-02. https://www.firstpost.com/entertainment/masaan-actress-shweta-tripathi-plays-circus-performer-in-her-tamil-debut-mehandi-circus-film-likely-to-release-in-september-4643991.html। আহৰণ কৰা হৈছে: 2018-12-27.
- ↑ "Shweta Tripathi excited about 'Zoo' - a film shot entirely on iPhone 6, premiere at Busan Festival". The New Indian Express. https://www.newindianexpress.com/entertainment/hindi/2017/sep/12/shweta-tripathi-excited-about-zoo---a-film-shot-entirely-on-iphone-6-premiere-at-busan-festival-1656046.html। আহৰণ কৰা হৈছে: 2020-05-25.
- ↑ "Decoding the women of Mirzapur: Why Vashudha, Golu and Beena stand out in the web series". https://www.indiatoday.in/television/web-series/story/decoding-the-women-of-mirzapur-why-vashudha-golu-and-beena-stand-out-in-the-web-series-1398898-2018-11-29.
- ↑ Ganapathy Raman, Sruthi (March 25, 2019). "Shweta Tripathi on tackling alopecia in ‘Gone Kesh’: ‘I hope the concept of beauty changes’". scroll.in. https://scroll.in/reel/917095/shweta-tripathi-on-tackling-alopecia-in-gone-kesh-i-hope-the-concept-of-beauty-changes। আহৰণ কৰা হৈছে: 25 March 2019.
- ↑ https://www.iwmbuzz.com/digital/editorial-digital/review-of-tvf-tripling-season-2-a-charming-nod-to-realistic-sibling-relationships/2019/04/11
- ↑ https://www.indiatoday.in/television/web-series/story/laakhon-mein-ek-2-review-shweta-tripathi-starrer-exposes-some-inconvenient-truths-of-a-corrupt-system-1500128-2019-04-12
- ↑ "Sujata". Junglee Film ClubYouTube. 25 September 2013. https://m.youtube.com/watch?v=hqkwQD7pzZY.
- ↑ "The Trip will change my image of small town girl: Shweta Tripathi". The Indian Express. https://indianexpress.com/article/entertainment/bollywood/the-trip-will-change-my-image-of-small-town-girl-shweta-tripathi-4423638/.
- ↑ Chaubey, Pranita (December 6, 2018). "Farhan Akhtar Unveils First Look Of Web-Series Mirzapur, Starring Ali Fazal And Shweta Tripathi". NDTV. https://www.ndtv.com/entertainment/farhan-akhtar-unveils-first-look-of-web-series-mirzapur-starring-ali-fazal-and-shweta-tripathi-1885027.
- ↑ "Ali Fazal, Shweta Tripathi start shoot for 'Mirzapur' in Varanasi". Business Standard. September 29, 2017. https://www.business-standard.com/article/news-ians/ali-fazal-shweta-tripathi-start-shoot-for-mirzapur-in-varanasi-117092900450_1.html.
- ↑ "Shweta Tripathi joins Zoya Akhtar’s web-series, Made in Heaven" (en ভাষাত). Hindustan Times. 2017-09-25. https://www.hindustantimes.com/bollywood/shweta-tripathi-joins-zoya-akhtar-s-web-series-made-in-heaven/story-5TUt3ybV6cSjtS9pvUvXrJ.html। আহৰণ কৰা হৈছে: 2019-03-14.
- ↑ "TVF Tripling season 2 review: Amol Parashar, Sumeet Vyas, Maanvi Gagroo's road trip goes downhill". First Post. https://www.firstpost.com/entertainment/tvf-tripling-season-2-review-amol-parashar-sumeet-vyas-maanvi-gagroos-road-trip-goes-downhill-6392851.html.
- ↑ "Laakhon Mein Ek season 2 review: Biswa Kalyan Rath creates a dark, compelling world in Amazon's medical drama- Entertainment News, Firstpost" (en ভাষাত). Firstpost. 2019-04-12. https://www.firstpost.com/entertainment/laakhon-mein-ek-season-2-review-biswa-kalyan-rath-creates-a-dark-compelling-world-in-amazons-medical-drama-6427381.html। আহৰণ কৰা হৈছে: 2019-04-18.