শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ঢকুৱাখনা অধিৱেশন (২০১৫)
এই পৃষ্ঠাটো শেহতীয়াভাৱে সৃষ্টি কৰা হৈছে। ইয়াৰ লিখকজন ৱিকিপিডিয়াত সন্নিবিষ্ট নিৰ্দেশনাসমূহৰ বিষয়ে অৱগত আৰু সেইবোৰ ভাল ভাব ৰাখিয়েই কৰিছে যদিওবা এই প্ৰবন্ধৰ মানদণ্ড উন্নত কৰিবলৈ অধিক থল আছে। অনুগ্ৰহ কৰি এই প্ৰবন্ধক খৰখেদাকৈ বিলোপনৰ বাবে প্ৰস্তাৱ নিদিব, প্ৰথমে প্ৰবন্ধৰ ইতিহাস পৰীক্ষা কৰক আৰু প্ৰবন্ধৰ সৃষ্টিকৰ্তাৰ সৈতে তেওঁৰ পৰৱৰ্তী পৰিকল্পনাসমূহৰ আভাষ লওক। যদিহে সৃষ্টিকৰ্তাজনে প্ৰবন্ধটো এলাগী কৰি ৰাখে আৰু যোগাযোগৰ কৰিলেও আওকান কৰে, তেন্তে আপুনি প্ৰবন্ধটো বিলোপ কৰাৰ সাঁচ বাৰ্তা নাইবা সদস্যকৃত হিচাপে সৃষ্টিকৰ্তাৰ সদস্য পৃষ্ঠাত (যেনে সদস্য:সৃষ্টিকৰ্তাৰ নাম/এই প্ৰবন্ধৰ শিৰোনাম) লৈ স্থানান্তৰ কৰিবৰ বাবে সাঁচ বাৰ্তা সংযোগ কৰিব পাৰে। এই প্ৰবন্ধটো শেহতীয়াকৈ সম্পাদনা কৰিছিল TextCleanerBot (আলোচনা| বৰঙনি) ৪ বছৰ আগত. (শেহতীয়া ভাষ্য) |
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ (৮৪-তম) অধিৱেশন লখিমপুৰ জিলাৰ ঢকুৱাখনাত ৫ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখৰপৰা ৮ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখলৈ নৰহৰি আতা ক্ষেত্ৰত ঢকুৱাখনা জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হয়।
দিনাংক | ৫ ফেব্ৰুৱাৰী-৮ ফেব্ৰুৱাৰী, ২০১৫ |
---|---|
স্থান | ঢকুৱাখনা, লখিমপুৰ জিলা, অসম |
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৪-তম অধিৱেশন |
লাইখুঁটা স্থাপন
সম্পাদনা কৰকঅধিৱেশন স্থলী
সম্পাদনা কৰককাৰ্য্যসূচী
সম্পাদনা কৰক৫ ফেব্ৰুৱাৰী
সম্পাদনা কৰকঢকুৱাখনাৰ সৰলা পথাৰত আৰম্ভ হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আৰম্ভ হ্য় পুৱা প্ৰাতঃ প্ৰসঙ্গ আৰু পৰিৱেশ নিকাকৰণ কাৰ্য্যসূচীৰে। অধিৱেশনস্থলীৰ নামঘৰ মুকলি কৰে ৰমাকান্ত টাইডে। অধিৱেশনস্থলীলৈ যোৱা "মহেন্দ্ৰ কন্দলি" পথটো মুকলি কৰে লখিমপুৰ জিলাৰ উপায়ুক্ত গৌৰৱ বথ্ৰাই। তেওঁ লগতে প্ৰৱেশ পথৰ এখন তোৰণো মুকলি কৰে। ধেমাজী জিলাৰ উপায়ুক্ত অজিত বৰদলৈয়ে অধিৱেশন স্থলীৰ মূল তোৰণ ভাগি মুকলি কৰে। মূল মণ্ডপ ভাগি মুকলি কৰে অসম নাট্য সন্মিলনৰ উপ-সভাপতি ছৈয়দ নাজিম আহমেদ ডাঙৰীয়াই। তাৰ পৰৱৰ্তী কাৰ্য্যসূচী হিচাপে নাম সমাৰোহ আৰু সজাতীয় সাংস্কৃতিক সমাৰূহ অনুষ্ঠিত হ্য়। এই অনুষ্ঠানটো মুকলি কৰে বিশিষ্ট অভিনেতা নন্দ কিশোৰ মহেশ্বৰীয়ে।[1]
৬ ফেব্ৰুৱাৰী
সম্পাদনা কৰক৭ ফেব্ৰুৱাৰী
সম্পাদনা কৰক৮ ফেব্ৰুৱাৰী
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Annual session of Srimanta Sankardev Sangha begins" পৃষ্ঠা নং ৯ The Assam Tribune