শ্ৰেণী বাৰ্তা:দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা

এটা নামেৰে মাত্ৰ দুটা প্ৰবন্ধ হোৱাৰ অৱকাশ থাকিলে {{Distinguish}} বা {{about}} ৰে কামটো চলাব লাগে|

যেনে: {{About|প্ৰবন্ধৰ প্ৰকাৰ|প্ৰথম প্ৰবন্ধ|দ্বীতিয় প্ৰবন্ধ}}

সেয়ে, এই পৃষ্ঠাটো ম‍ই বিলোপ কৰাৰ বাবে আলোচনা কৰাৰ প্ৰস্তাৱৰ লগতে এনে প্ৰবন্ধৰ ক্ষেত্ৰত এইটো নিয়ম বান্ধি দিয়াটো পছন্দ কৰো| আপোনালোকৰ অভিমত ব্যক্ত কৰিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:31, 11 জুন 2012 (UTC)

"দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা" পৃষ্ঠালৈ উভতি যাওক।