শ্ৰেণী বাৰ্তা:পদাৰ্থ বিজ্ঞান
আটাইবোৰকে sub category লৈ নিয়াত অসুবিধা আছে | কিছুমান কোনো এটা শ্ৰেণীটো নপৰিব আৰু কিছুমান একাধিক শ্ৰেণীত সোমাব | দীপাংকৰ 15:57, 30 জানুৱাৰী 2012 (UTC)
হ’ব| মই আচলতে তোমাক এটা উদাহৰণ দেখুৱাইছিলো| শ্ৰেণী সমূহটো ইণ্টাৰৱিকি সংযোগ কৰিবা| আৰু এই সাঁচ ঠাই বিশেষে লগাই থবা| বিষ্ণু শইকীয়া বাৰ্তা
শ্ৰেণী:পদাৰ্থ বিজ্ঞানৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন শ্ৰেণী:পদাৰ্থ বিজ্ঞানক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।