শ্ৰেণী বাৰ্তা:বৰ্মণ ৰাজবংশ
Latest comment: 5 বছৰৰ পূৰ্বে by Joli in topic নাম
নাম
সম্পাদনা কৰক"বৰ্মন" নে "বৰ্মণ"? আৰু ৰজাসকলৰ নাম "বৰ্মণ" বুলি লিখিব লাগে নে "বৰ্মা"? — গীতাৰ্থ বৰদলৈ (talk) 15:04, 7 August 2019 (ইউ.টি.চি.)
- অসম সাহিত্য সভাই প্ৰকাশ কৰা "অসমৰ ইতিহাস"ৰ মতে "বৰ্মন"- ৰাজবংশ আৰু ৰজাৰ নাম দুয়োটাতে৷--জলি বৰা (talk) 18:36, 7 August 2019 (ইউ.টি.চি.)
- মোৰ লগত থকা কিতাপ কেইখনমানৰ পৰা-
- অসমৰ বুৰঞ্জী (গোহাঞিবৰুৱা)- কুমাৰ ভাস্কৰ বৰ্ম্মা
- A history of Assam (Gait)- Kumar Bhaskara Varman
- History of Assam (Dutta)- Bhaskarvarman
- The background of Assamese culture (Nath)- Bhaskar Varma — গীতাৰ্থ বৰদলৈ (talk) 19:16, 7 August 2019 (ইউ.টি.চি.)
- তেনে বৰ্ম্মা আৰু বৰ্মনৰ মাজত খেলিমেলি আছে৷ ৰজাৰ নামত ইটোৰ পৰা সিটোলৈ ৰিডিৰেক্ট কৰি থ’লেই হ’ব কিজানি৷ কিন্তু "বৰ্মণ"ৰ সলনি সকলোতে "বৰ্মন"হে হ’ব লাগে৷