শ্ৰেণী বাৰ্তা:বৰ্মণ ৰাজবংশ

Latest comment: 4 বছৰৰ পূৰ্বে by Joli in topic নাম

নাম সম্পাদনা কৰক

"বৰ্মন" নে "বৰ্মণ"? আৰু ৰজাসকলৰ নাম "বৰ্মণ" বুলি লিখিব লাগে নে "বৰ্মা"? — গীতাৰ্থ বৰদলৈ (talk) 15:04, 7 August 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসম সাহিত্য সভাই প্ৰকাশ কৰা "অসমৰ ইতিহাস"ৰ মতে "বৰ্মন"- ৰাজবংশ আৰু ৰজাৰ নাম দুয়োটাতে৷--জলি বৰা (talk) 18:36, 7 August 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
মোৰ লগত থকা কিতাপ কেইখনমানৰ পৰা-
তেনে বৰ্ম্মা আৰু বৰ্মনৰ মাজত খেলিমেলি আছে৷ ৰজাৰ নামত ইটোৰ পৰা সিটোলৈ ৰিডিৰেক্ট কৰি থ’লেই হ’ব কিজানি৷ কিন্তু "বৰ্মণ"ৰ সলনি সকলোতে "বৰ্মন"হে হ’ব লাগে৷

--জলি বৰা (talk) 10:04, 8 August 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

"বৰ্মণ ৰাজবংশ" পৃষ্ঠালৈ উভতি যাওক।