শ্ৰেণী বাৰ্তা:ভাৰতীয় টেলিভিছন অভিনেত্ৰী

নামাকৰণ সন্দৰ্ভত

সম্পাদনা কৰক

সাধাৰণতে ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত টেলিভিছন চেনেলক দূৰদৰ্শন চেনেল বুলি কোৱা হয়। গতিকে, নাম সামান্য সালসলনি কৰি ধাৰাবাহিক অভিনেত্ৰী আৰু চলচ্চিত্ৰ অভিনেত্ৰীৰ দৰে শ্ৰেণী সৃষ্টি কৰিব পৰা যায়। {{u|সৌৰভ}} বাৰ্তা 05:33, 15 October 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

আপুনি আগবঢ়োৱা যুক্তিটোও ঠিকেই। হিন্দী আৰু বঙালী ৱিকিপিডিয়াৰ লগত সংগতি ৰাখি শ্ৰেণীৰ নামটো ভাৰতীয় টেলিভিছন অভিনেত্ৰী কৰিলেই ভাল হ'ব। ই পাঠকসকলৰ বাবে অধিক স্পষ্ট হোৱাৰ লগতে বেমেজালিৰো সৃষ্টি নকৰে। Dasdipankar2005 (বাৰ্তা) 04:21, 16 October 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
"ভাৰতীয় টেলিভিছন অভিনেত্ৰী" পৃষ্ঠালৈ উভতি যাওক।