শৰ্মিষ্ঠা মুখাৰ্জী এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ৷

২০১২ চনত শৰ্মিষ্ঠা মুখাৰ্জী

বাল্যকাল আৰু শিক্ষা সম্পাদনা কৰক

পশ্চিমবংগত জন্ম হোৱা মুখাৰ্জীয়ে বাল্যকাল দিল্লীত অতিবাহিত কৰে৷ তেওঁৰ পিতৃ হৈছে ভাৰতবৰ্ষৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জী[1]

নৃত্যৰ কেৰিয়াৰ সম্পাদনা কৰক

মুখাৰ্জীয়ে বাৰ বছৰ বয়সত কথক নৃত্যৰ শিক্ষা আৰম্ভ কৰে৷[2] তেওঁৰ শিক্ষকসকলৰ ভিতৰত পণ্ডিত দুৰ্গালাল, বিদুষী উমা শৰ্মা আৰু ৰাজেন্দ্ৰ গংগানী (Rajendra Gangani) আদি উল্লেখযোগ্য৷ [3] হিন্দু কাকতে তেওঁৰ নৃত্য পৰিৱেশনৰ ভুয়সী প্ৰশংসা কৰিছে৷ [3]

ৰাজনৈতিক কেৰিয়াৰ সম্পাদনা কৰক

শৰ্মিষ্ঠা মুখাৰ্জীয়ে ২০১৪ চনৰ জুলাই মাহত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে৷ তেতিয়াৰ পৰা তেওঁ এই দলৰ বুনিয়াদী ক্ষেত্ৰৰ পদক্ষেপসমূহকে ধৰি দলীয় ৰেলীতো সক্ৰিয়ভাৱে অংশ লৈ আহিছে৷[4] তেওঁ দিল্লীৰ গ্ৰেটাৰ কৈলাশ সমষ্টিৰ পৰা ২০১৫ চনৰ ফেব্ৰুৱাৰীত নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰে,[5] কিন্তু পৰাজিত হয়৷[6]

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক