সঞ্জীৱ খান্না
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
সঞ্জীৱ খান্না ( ইংৰাজী: Sanjiv Khanna জন্ম ১৪ মে' ১৯৬০) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫১তম মুখ্য ন্যায়াধীশ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫০ সংখ্যক ন্যায়ধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ অৱসৰৰ পিছত তেওঁক নিযুক্তি দিয়া হয়। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ, যিটো পদত তেওঁৰ পিতৃ দেৱৰাজ খান্নাইও আছিল। তদুপৰি তেওঁ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যনিৰ্বাহক অধ্যক্ষ। তেওঁ ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ১১ নৱেম্বৰ ২০২৪ নিযুক্ত হয় । সপত পাঠ কৰাই ভাৰতৰ ৰাষ্টপতি দ্ৰৌপদী মূৰ্মুয়ে ।
সঞ্জীৱ খান্না বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫১তম মুখ্য ন্যায়াধীশ | |
---|---|
নিয়োগকৰ্তা | ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু |
উপ ৰাষ্ট্ৰপতি | জগদীশ ধনকাৰ |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
সঞ্জীৱ খান্না বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫১তম মুখ্য ন্যায়াধীশ | |
---|---|
জন্ম | ১৪ মে ১৯৬০ |
ৰাষ্ট্ৰীয়তা | ভাৰতবৰ্ষ 🇮🇳 |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | এল. এল. বি , এল. এল. এম |
শিক্ষানুষ্ঠান | শ্ৰীৰাম মহাবিদ্যালয় , দিল্লী |
পেচা | ন্যায়াধীশ |
সক্ৰিয় হৈ থকা সময় | ১১ নৱেম্বৰ ২০২৪ |
পিতৃ-মাতৃ | দেৱৰাজ খান্না ( পিতৃ) ছৰোজ খান্না ( মাতৃ) |
ৱেবছাইট | |
https://www.sci.gov.in/judge/justice-sanjiv-khanna/ |
- ↑ সঞ্জীৱ খান্না
তথ্য সংগ্ৰহ
সম্পাদনা কৰকhttps://www.scobserver.in/judges/sanjiv-khanna/amp/
https://www.sci.gov.in/judge/justice-sanjiv-khanna/
https://nalsa.gov.in/executive-chairman/hon-ble-mr-justice-sanjiv-khanna