সতীশ কুমাৰ
সতীশ কুমাৰ যাদৱ (জন্ম ৪ মে ১৯৮৯) বুলন্দ চহৰৰ এজন ভাৰতীয় বক্সাৰ। তেওঁ চুপাৰ হেভিৱেট শ্ৰেণীত ইনচিয়নত অনুষ্ঠিত ২০১৪ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জিকিছিল।[1] আৰু ললগতে তেওঁ চুপাৰ হেভিৱেট শ্ৰেণীত অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় বক্সাৰ।[2]
সতীশ কুমাৰ যাদৱ | ||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||
জন্ম | ৪ মে', ১৯৮৯ (৩৫ বছৰ) বুলন্দ চহৰ উত্তৰ প্ৰদেশ | |||||||||||||||||||||||||||
উচ্চতা | ১.৮৮ মিটাৰ (৬.২ ফুট) (২০১৪) | |||||||||||||||||||||||||||
ওজন | চুপাৰ হেভিৱেট (+৯১ কিলোগ্ৰাম) | |||||||||||||||||||||||||||
পদক অভিলেখ
|
ব্যক্তিগত আৰু প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকবুলন্দচহৰৰ এজন কৃষকৰ ঘৰত জন্ম গ্ৰহণ কৰা সতীশ কুমাৰৰ চাৰিটা পুত্ৰ সন্তান। সতীশ কুমাৰে তেওঁৰ ডাঙৰ ভায়েকৰ দৰে সেনাত যোগদান কৰিব বিচাৰিছিল। তেওঁ ২০০৮ চনত চিপাহীৰ পদত যোগ দি তেওঁ ৰনিখেতলৈ গুচি গৈছিল। তাত তেওঁৰ উচ্চতাৰ বাবে এটা বক্সিং শিবিৰে তেওঁক বক্সিঙত যোগদান কৰিবলৈ আহ্বান জনাইছিল।[3] তেওঁ সেই সময়ত বক্সিং কি আছিল সেয়াও নাজানিছিল, তেওঁ ভাবিছিল যে ডাব্লিউ ডাব্লিউ ইয়ে বক্সিং কৰে আৰু তেওঁ কেৱল দ্য আণ্ডাৰটেকাৰ আৰুজন চিনাৰ বিষয়েহে শুনিছিল।[4]
বঁটা
সম্পাদনা কৰক- তেওঁ (২০১৮) চনত ভাৰত চৰকাৰৰ পৰাঅৰ্জুন বঁটাৰে পুৰস্কৃত হৈছিল।[5]
- ২০২০ টকিঅ' অলিম্পিকত সতীশ কুমাৰে বক্সিং কোৱাৰ্টাৰ ফাইনেললৈ পদাৰ্পণ কৰে।[6]
বাহ্যিক সংযোগসমূহ
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Asian Games 2014: Satish Kumar fails to advance, settles for bronze in 91 kg boxing". Indian Express. http://indianexpress.com/article/sports/sport-others/asian-games-2014-satish-kumar-fails-to-advance-settles-for-bronze-in-91-kg-boxing/। আহৰণ কৰা হৈছে: 3 October 2014.
- ↑ "Lovlina, Ashish and Satish earn their Olympics berth". Olympic Channel. 11 May 2020. https://www.olympicchannel.com/en/stories/news/detail/asian-boxing-olympic-qualifiers-india-lovlina-borgohain-ashish-satish-kumar/। আহৰণ কৰা হৈছে: 9 March 2020.
- ↑ "History-maker Satish Kumar at the ntion's service". Olympic Channel. 11 May 2020. https://www.olympicchannel.com/en/stories/features/detail/indian-boxer-satish-kumar-tokyo-olympics-super-heavyweight-army/। আহৰণ কৰা হৈছে: 1 May 2020.
- ↑ "How Satish Kumar blurred the lines between WWE and boxing". Olympic Channel. 11 May 2020. https://www.olympicchannel.com/en/stories/news/detail/indian-boxer-satish-kumar-wwe-undertaker-john-cena/। আহৰণ কৰা হৈছে: 9 May 2020.
- ↑ "National Sports Awards 2018". The Hindu. https://www.thehindu.com/sport/national-sports-awards-2018-full-list-of-winners-of-khel-ratna-arjuna-awards-dronacharya-awards/article25038907.ece.
- ↑ The Times of India,July 29,2021 https://timesofindia.indiatimes.com/sports/tokyo-olympics/indiatokyo/tokyo-olympics-2020-satish-kumar-sails-into-boxing-quarterfinals/articleshow/84848135.cms