১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৪ মে' (ইংৰাজী: 4 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২২তম (অধিবৰ্ষত ১২৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৩টা দিন বাকী থাকে।

ঘটনাৱলীসম্পাদনা কৰক

  1. ১৮৫৪ চনৰ আজিৰ দিনটোতে আনুষ্ঠানিকভাৱে প্ৰকাশ হয় প্ৰথমটো ভাৰতীয় ডাক টিকট
  2. ১৯৪২ চনৰ আজিৰ দিনটোতে ‘‘এন্দ্ৰিউ গৌড়লে' ক্ল'’’ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৪৭ চনৰ ৪মে’লৈকে তেওঁ কাৰ্যভাৰ কাৰ্য সম্পাদন কৰে।
  3. ১৯৭৯ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
  4. ১৯৮৯ চনৰ আজিৰ দিনটোতে নাছাৰ দ্বাৰা শুক্ৰ গ্ৰহ অভিমুখে স্বয়ংচালিত আন্তঃগ্ৰহ যান ‘মেগেলান’ উৎক্ষেপন কৰা হৈছিল।

জন্মসম্পাদনা কৰক

  1. ১৮২৫ চনৰ এই দিনটোতে ইংৰাজ জীৱবিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখক ‘থমাছ হেনৰি হাক্সলি’য়ে জন্ম গ্ৰহণ কৰিছিল।
  2. ১৯২৯ চনৰ আদিৰ দিনটোতেই অড্ৰী হেপ্‌বাৰ্ন (Audrey Hepburn) ৰ জন্ম হয়। এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু সমাজকৰ্মী আছিল।

মৃত্যুসম্পাদনা কৰক

  1. ১৭৯৯ চনত আজিৰ দিনটোত ব্ৰিটিছৰ লগত মহীশূৰৰ ৰাজপুত টিপু চুলতানৰ লগত সংঘৰ্ষ হয়। এই যুদ্ধত টিপু চুলতানৰ মৃত্যু হয়।
  2. ১৯৯৭ চনৰ ৪ মেত এলেন গিন্সবাৰ্গৰ মৃত্যু হয়। তেখেত আমেৰিকাৰ এজন বিখ্যাত কবি।

দিৱসসম্পাদনা কৰক

  1. আজি বিশ্ব খনি শ্ৰমিক দিৱস।

বাহ্যিক সংযোগসম্পাদনা কৰক