অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ নাটকঃ ঐতিহাসিক নাটকঃ পদ্মনাথ গোহাঞিবৰুৱা ঃঃ জয়মতী (১৯০০)

                    গদাধৰ (১৯০৭) 
                    সাধনী (১৯১০) 
                   লাচিত বৰফুকন(১৯১৫)

লক্ষ্মীনাথ বেজবৰুৱা ঃঃ বেলিমাৰ (১৯১৫)

                  জয়মতী কুঁৱৰী (১৯১৫) 
                   চক্ৰধ্বজ সিংহ (১৯১৫) 

ৰাধাকান্ত সন্দিকৈ ঃঃ মূলাগাভৰু (১৯২৪) চন্দ্ৰধৰ বৰুৱা ঃঃ মোগল বিজয়(১৯৩৬)

              আহোম সন্ধ্যা (১৯৩৬) 

নকুল চন্দ্ৰ ভূঞা ঃঃ বদন বৰফুকন (১৯২৭)

               চন্দ্ৰকান্ত সিংহ (১৯৩১) 
               বিদ্ৰোহী মৰাণ (১৯৩৮) 
               নুমলী কুঁৱৰী (১৯৬৩) 

পজিৰুদ্দিন আহমেদ ঃঃ গুলেনাৰ (১৯২৪)

                  সিন্ধু বিজয় (১৯২৮) 

শৈলধৰ ৰাজখোৱা ঃঃ বিদ্যাৱতী (১৯১৮)

                প্ৰতাপ সিংহ (১৯২৬) 

প্ৰসন্নলাল চৌধুৰী ঃঃ নীলাম্বৰ (১৯২৬)

                কমতা কুঁৱৰী (১৯৪০) 

দৈৱচন্দ্ৰ তালুকদাৰ ঃঃ অসম প্ৰতিভা (১৯২৪)

                হৰদত্ত (১৯৩৫) 
                বামুণী কোঁৱৰ (১৯২৪) 
                ভাস্কৰবৰ্মা (১৯৫২) 
                ৰাধা-ৰুক্মিণী (১৯৬৩) 

দণ্ডিনাথ কলিতা ঃঃ সতীৰ তেজ (১৯৩১) কমলাকান্ত ভট্টাচার্য ঃঃ মৰাণ জীয়ৰী (১৯২৪)

                 নগাকোঁৱৰ (প্ৰ . ১৯৫৩) 

বিনন্দচন্দ্ৰ বৰুৱা ঃঃ শৰাইঘাট (১৯৩৭) অতুল চন্দ্র হাজৰিকা ঃ কনৌজ কুঁৱৰী (১৯২৩)

                  ছত্ৰপতি শিৱাজী (১৯২৭) 
                  বীৰাংগনা (১৯৫২) 
                  টিকেন্দ্ৰজিৎ(১৯৫৯)

প্ৰবীণ ফুকন ঃঃ মণিৰাম দেৱান (১৯৪৮)

            লাচিত বৰফুকন
            পিয়লি ফুকন (১৯৪৯) 

সুৰেন্দ্ৰনাথ শইকীয়া ঃঃ কুশল কোঁৱৰ (১৯৪৯) চৈয়দ আব্দুল মালিক ঃঃ ৰাজদ্ৰোহৰ (১৯৫৬) আনন্দ বৰুৱা ঃঃ কমলা কুঁৱৰী (১৯৪০) উত্তম বৰুৱা ঃঃ বৰ মানুহৰ দোলা(১৯৬০)

            হেংদাং
            কুশল কোঁৱৰ
            জেৰেঙাৰ সতী(১৯৬২) 
            বৰৰজা ফুলেশ্বৰী (১৯৭২) 

কমলানন্দ ভট্টাচার্য ঃঃ মৰাণ জীয়ৰী (১৯২৪)

                 নগা কোঁৱৰ(১৯৫৩) 

গোলোক শৰ্মা ঃঃ কুমাৰ ভাস্কৰ(১৯৪৮) ৰিপুনাথ গোহাঁই ঃঃ তেজৰ আহুতি (১৯৪৮) জনাৰ্দন ঠাকুৰ ঃঃ চাণক্য (১৯৫৩) প্ৰবীৰমল্ল বৰুৱা ঃঃ গণবিপ্লৱৰ মাজত (১৯৬০) ফণী শৰ্মা ঃঃ ভোগজৰা (১৯৫৭) মিহিৰ বৰুৱা ঃঃ দাৰা যুগল দাস ঃঃ মিৰাবাঈ (১৯৫৪)

           ১৯৫৭ ছাল (১৯৬২) 

দ্বিজেন্দ্ৰমোহন গোস্বামী ঃঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ (১৯৮০) প্ৰদীপ শইকীয়া ঃঃ লাচিত বৰফুকন