== সাহিত্য সংজ্ঞা ==

সাহিত্য শব্দটো প্ৰথমে কোনে কেতিয়া কি অৰ্থত ব্যৱহাৰ কৰিছিল সেই বিষয়ে নিশ্চিতভাৱে কোৱাটো

টান। সাহিত্য শব্দটো সংস্কৃত ভাষাৰ পৰা আহি নানা দেশৰ ভাষাত মাজত সোমাই পৰিলহি । সাধাৰণ অৰ্থত কবি প্ৰণীত ৰসাল বাক্য বিশেষকেই কাব্য বোলে । প্ৰাচীন সংস্কৃত গ্ৰন্থত এনেকুৱা ৰসম্ভাৰেৰে ভৰপূৰ সাহিত্যক বুজাবলৈ সাহিত্যৰ ঠাইত কাব্য শব্দটোৰ ব্যবহাৰ কৰা দেখা যায় । গতিকে সাহিত্য বা কাব্য বুলি ক'লে আমি এনেকুৱা কিছুমান বাক্যক বুজো যাৰ শব্দৰ মাধুয্য অৰ্থৰ ৰমণীয়তা আছে, ৰচনা ৰীতি পৰিপাটি ,গুণৰ গৌৰৱ ,ভাৱৰ অভিব্যঞ্জনা ,ৰসৰ উৎপেক্ষা আদি থাকিব লাগিব ।্য্য