মোৰ পৰিচয়

মোৰ নাম প্ৰাণকৃষ্ণ দাস গুৱাহাটীৰ পৰা প্ৰায় ৬০ কিঃমিঃ পশ্চিমে কামৰূপ জিলাৰ বামুণীগাঁৱত মোৰ ঘৰ। বৰ্তমান মই দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জা স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰ। ইতিমধ্যে মই NIIT, Panbazar ৰ পৰা ২ বছৰীয়া ডিপ্লমা কৰ্ছ এটা সমাপ্ত কৰিছোঁ। বৰ্তমান মই http://maram.co.in নামৰ এখন অসমীয়া অনলাইন সাহিত্যালোচনী সম্পাদনা কৰি আছোঁ। পঢ়া শুনা কৰি ভাল পোৱাৰ লগতে সমাজৰ প্ৰতি কিবা এটা কৰাৰ ৰাপ এটা আছে।