সুখী জীৱনৰ মহত্ব ১) কাৰো লগত তৰ্ক নকৰিব। ২) সকলোৰে লগত মধুৰ সম্পৰ্ক গঢ়ি তোলক। ৩) মানুহৰ মন জয় কৰাৰ সকলো কৌশল অৱলম্বন কৰক। ৪) কাকো সমালোচনা নকৰিব । কাৰণ,সমালোচনাই মানুহৰ মাজত দুৰত্বৰ সৃষ্টি কৰে। ৫) কোনো কথাতে অহংকাৰ নকৰিব । ৬) আনৰ সমস্যাক বুজাৰ চেষ্টা কৰক। ৭) আনৰ প্ৰতি সহানুভুতি প্ৰকাশ কৰক।