মফিজুল হক ভূঞা
- সময়ৰ ঢৌৱে ভালপোৱাৰ বতাহ বলাই ,
বাঢ়ি আহে সুখৰ নদী।অজান মনত জাগে অজুত আশা। সোঁতে সোঁতে সাঁতোৰাৰ বাসনা, তেজৰ লিহিৰি গতিত। মাজ নিশা সাৰে থাকে সপোন, স্বপ্নবিভোৰ দুটি মন, ঘড়ীৰ কাটাই সংকেত দিয়ে ভালপোৱাই সলালে ৰং। উশাহত ভাহিছে সূখ মোৰ কলিজাত উজ্বলিছে তুমাৰ মুখ । তেজৰ সোঁতত শব্দ গুণগুণ কাণপাতি শুনি বুজিলো , মোৰ মনত এতিয়া বাজি আছে ভালপোৱাৰ নূপূৰ ৰুণজুণ-ৰুণজুণ ।। [1]✍️ অঞ্জলী তালুকদাৰ। গাওঁ- পিজুপাৰা। ডাক-ঘৰ - নগৰবেৰা। আৰক্ষী চকী-নগৰবেৰা। জিলা-কামৰূপ। ডাক সুচনাংক- ৭৮১১২৭. মহাবিদ্যালয়- বিমলা প্ৰসাদ চলিহা, নগৰবেৰা। শ্ৰেণী- স্নাতক মহলাৰ তৃতীয় ষান্মাসিক।
- ↑ কবিতা