মোৰ নাম ৰাজা দত্ত। ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বৰ্তমান এখন জুনিয়ৰ কলেজত প্ৰবক্তা ৰূপে ব্যস্ত আছোঁ।