বায়েজীদ বোস্তামী ( ইংৰাজীঃ BAIJIT BUSTAMIN) আধুনিক অসমৰ ইছলামিক পণ্ডিত, কবি, সাহিত্যিক, প্ৰৱন্ধকাৰ তথা এজন সুদক্ষ সাংবাদিক। ৩১ ডিচেম্বৰ ১৯৯১ চনত অসমৰ মৰিগাওঁ জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ঔতলাবড়ী গাঁৱৰ মফিজ উদ্দিন আহমদৰ একমাত্ৰ পুত্ৰ।