সদস্য:Disha Borah/শংকৰদেৱ শিশু নিকেতন ৰঙিয়া

শংকৰদেৱ শিশু নিকেতন ৰঙিয়া (English: Shankardev Shishu Niketan Rangia) কামৰূপ জিলাৰঙিয়াত অৱস্থিত এখন প্ৰাইভেট বিদ্যালয় এই বিদ্যালয় খন ১৯৮৭ চনত স্থাপিত কৰা হৈছিল। দিলিপ কুমাৰ লহকৰ ইয়াৰ প্ৰধান শিক্ষক। এই বিদ্যালয় খন শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা অন্তৰ্ভুক্ত।

শংকৰদেৱ শিশু নিকেতন ৰঙিয়া
অৱস্থান
ৰঙিয়া, অসম  ভাৰত, ৭৮১৩৫৪,
স্থানাঙ্ক 26°11′14″N 91°44′40″E / 26.18722°N 91.74444°E / 26.18722; 91.74444স্থানাংক: 26°11′14″N 91°44′40″E / 26.18722°N 91.74444°E / 26.18722; 91.74444
প্ৰাথমিক তথ্যসমূহ
স্কু্লৰ প্ৰকাৰ প্ৰাইভেট
প্ৰতিষ্ঠাকাল ১৯৮৭ চন
বিদ্যালয়ৰ বিভাগ কামৰূপ জিলা
অধ্যক্ষ দিলিপ লহকৰ
কৰ্মচাৰী ৬৭
ছাত্ৰৰ সংখ্যা ১২৮৬
Classes offered অংকুৰ ৰ পৰা ১১ লৈ
মাধ্যম অসমীয়া
ভাষা অসমীয়া
কেম্পাছ চহৰীয়া অঞ্চল