|
এইটো এটা মুক্ত কৰ্ম। যিকোনো ব্যক্তিয়ে যিকোনো কাৰণত ইয়াক আইনীভাৱে ৱিকিপিডিয়া বা আন ঠাইত ব্যৱহাৰ কৰিব পাৰে বুলি মই প্ৰতিপন্ন কৰিব পাৰোঁ।
আপুনি এটা মুক্ত কৰ্ম আপল'ড কৰিব খোজা বাবে ধন্যবাদ।
ৱিকিপিডিয়াই মুক্ত ফাইল ভাল পায়। কিন্তু সেয়া যদি আপুনি আমাৰ ভগ্নী প্ৰকল্প ৱিকিমিডিয়া কমন্সত আপল'ড কৰে, আমি অধিক আনন্দিত হ'ম।
কমন্সত আপল'ড কৰা ফাইল ততালিকে এই ৱিকিপিডিয়া বা অন্যান্য ভগ্নী প্ৰকল্পসমূহত ব্যৱহাৰ কৰিব পাৰি। কমন্সত আপল'ড কৰা প্ৰক্ৰিয়াও ইয়াৰ দৰেই। আপোনাৰ ৱিকিপিডিয়া একাউণ্টে স্বয়ংক্ৰিয়ভাৱে কমন্সতো কাম কৰিব।
অনুগ্ৰহ কৰি আপোনাৰ ফাইলটো কমন্সত আপল'ড কৰাৰ কথা বিবেচনা কৰক।
যদি আপুনি ইয়াতেই কৰিবলৈ বিচাৰিছে, আপুনি এই প্ৰপত্ৰ পূৰণ কৰিব পাৰে। নাইবা আপুনি এই প্ৰপত্ৰখন ফাইলটোৰ বিষয়ে তথ্য যোগ কৰিবলৈ আৰু তাৰপিছত সেয়া ইয়াৰপৰা কমন্সলৈ পঠিয়াব পাৰে।
কামৰ প্ৰকাৰ:
|
|
এইখন এখন স্ক্ৰীনশ্বট, চিত্ৰ, শ্ৰাব্যক্লিপ বা টিভি প্ৰ'গ্ৰেম, ভিডিঅ', গান, বোলছবি আদিৰ দৰে শ্ৰাব্য বা দৃশ্য-শ্ৰাব্য কৰ্মৰ পৰা লোৱা অংশ।
অনুগ্ৰহ কৰি মন কৰিব যে ইয়াৰ কপিৰাইট (যদি কিবা আছে) ভিডিঅ'টোৰ স্ৰষ্টাৰ, আপোনাৰ বা এই অংশ তৈয়াৰ কৰাজনৰ নহয়! খুব সম্ভৱ মূল কামখিনিৰ কপিৰাইট আছে। যদি আপুনি নিশ্চিত যে মূল কামটো কপিৰাইট মুক্ত, তেতিয়াহে "কপিৰাইট অৱস্থা"ৰ বিকল্পসমূহলৈ যাওক! যদি এইটো মুক্ত নহয়, তেন্তে তলৰ "কপিৰাইটযুক্ত অ-মুক্ত কৰ্ম"ৰ অনুচ্ছেদ চাওক।
|
|
এইখন এখন ছবি বা কোনো পেইণ্টং, ৰেখাচিত্ৰ, প'ষ্টাৰ, পাণ্ডুলিপি, প্ৰিণ্ট বা আন দ্বিমাত্ৰীয় সৃজনীমূলক কৰ্মৰ নমুনা, বা ইতিমধ্যে ইয়াত থকা এখন বা ততোধিক ছবিৰ সংশোধিত ভাৰ্চন।
অনুগ্ৰহ কৰি মনত ৰাখিব যে ইয়াৰ কপিৰাইট (যদি কিবা আছে) মূল কামটোৰ স্ৰষ্টাৰ,আপোনাৰ বা এই নমুনা তৈয়াৰ কৰাজনৰ নহয়! যদি আপুনি নিশ্চিত যে মূল কামটো কপিৰাইট মুক্ত, তেতিয়াহে "কপিৰাইট অৱস্থা"ৰ বিকল্পসমূহলৈ যাওক! যদি এইটো মুক্ত নহয়, তেন্তে তলৰ "কপিৰাইটযুক্ত অ-মুক্ত কৰ্ম"ৰ অনুচ্ছেদ চাওক।
|
|
এইখন আন কোনো কপিৰাইটযুক্ত ত্ৰিমাত্ৰীয় কৰ্ম যেনে- আধুনিক ভাস্কৰ্য বা স্থাপত্যৰ নমুনাৰ ছবি।
যদি ভাস্কৰ্য আদিবোৰ পুৰণি (মধ্য ১৯শ শতিকা বা তাৰ আগৰ), আপুনি এয়া আওকাণ কৰিব পাৰে আৰু তলত দিয়া বিকল্প ( "ওপৰৰ এটাও নহয়") বাছনি কৰিব পাৰে। যদি এইটো আধুনিক কৰ্ম, তেন্তে আপুনি দুটা কপিৰাইট তথ্য দিব লাগিব: ভাস্কৰ্য শিল্পীজনৰ আৰু ছবিখন তোলা চিত্ৰগ্ৰহণকাৰীজনৰ। অনুগ্ৰহ কৰি এই বাকছত থকা বিকল্পসমূহ ব্যৱহাৰ কৰি মূল কামটো কপিৰাইট মুক্ত হয়নে নহয় সেয়া ঠাৱৰ কৰক। যদি দুইটা বিকল্পৰ এটাও প্ৰয়োগ নহয়, তেন্তে তলৰ "কপিৰাইটযুক্ত অ-মুক্ত কৰ্ম"ৰ অনুচ্ছেদ চাওক।
অনুগ্ৰহ কৰি প্ৰথমতে মূল ত্ৰিমাত্ৰীয় কৰ্মৰ অৱস্থা বিৱৰণ দিয়ক।
|
|
এইটো ৰাজহুৱা ড'মেইনত থাকিবৰ জোখাৰে পুৰণি, অৰ্থাত্ কপিৰাইট নাই।
|
|
শিল্পীজনৰ নাম, তেখেতৰ মৃত্যুৰ বছৰ, এই কৰ্ম সৃষ্টিৰ বছৰ, আৰু দেশ:
|
|
এইটো এনে ঠাইত অৱস্থিত য'ত স্থানীয় আইনমতে মূল শিল্পীজনৰ কপিৰাইটে ছবি প্ৰকাশত বাধা নিদিয়ে।
|
|
এই নিয়মবোৰ দেশে দেশে বেলেগ। সবিশেষ জানিবলৈ কমন্স:পেনোৰামাৰ স্বাধীনতা চাওক। অনুগ্ৰহ কৰি এই কৰ্ম অৱস্থিত হোৱা স্থান আৰু দেশৰ নাম লিখক:
|
এতিয়া তলত দিয়া "কপিৰাইট অৱস্থা"ৰ বিকল্পসমূহ পঢ়ক, আৰু ছবিখনৰ উত্সS আৰু অৱস্থাৰ বিৱৰণ দিয়ক।
|
|
|
এইখন ওপৰৰ এটাও নহয়। এইখন এখন মৌলিক ছবি, ৰেখাচিত্ৰ, ব্যাখ্যাচিত্ৰ বা আন মাধ্যম।
|
Copyright status:
|
|
এই ফাইলটো সম্পূৰ্ণভাৱে মোৰ নিজা কাম। মোৰ হাতত ইয়াৰ কপিৰাইট আছে। মই কাৰোপৰা নকল নকৰাকৈ বা কাৰো সৃজনীমূলক কাম সন্নিৱিষ্ট নকৰাকৈ ফাইলটো তৈয়াৰ কৰিছোঁ, আৰু মই ইয়াক এখন মুক্ত অনুজ্ঞাপত্ৰৰ আধাৰত মুকলি কৰিবলৈ বিচাৰিছোঁ।
অনুগ্ৰহ কৰি ফাইলটো আপুনি কেনেকৈ আৰু ক'ত সৃষ্টি কৰিছিল সেয়া কওক।
|
How?
|
|
|
(যেনে: ক'ত আৰু কেনে ধৰণৰ অনুষ্ঠানত আপুনি ছবিখন তুলিছিল? এই ব্যাখ্যাচিত্ৰখন আপুনি কেনেকৈ সাজিলে? আদি।
|
তাৰিখ
|
|
|
(অনুগ্ৰহ কৰি সম্ভৱ হ'লে YYYY-MM-DD ফৰ্মেট ব্যৱহাৰ কৰিব)।
|
প্ৰকাশ:
|
আপুনি যদি ছবিখন আগতে আন ঠাইত, যেনে- আপোনাৰ নিজা ৱেবছাইট, আপোনাৰ ফ্লিকাৰ বা ফে'চবুক একাউণ্ট আদিত প্ৰকাশ কৰিছে তেন্তে অনুগ্ৰহ কৰি সেয়া ইয়াত উল্লেখ কৰক আৰু তাৰ লিংকটো দিয়ক।
|
আপুনি এই কামটো এখন মুক্ত অনুজ্ঞাপত্ৰৰ আধাৰত প্ৰকাশ কৰাটো প্ৰয়োজনীয়, যাতে সকলোৱে ইয়াক ব্যৱসায়িক বা অব্যৱসায়িক অভিপ্ৰায়ত ব্যৱহাৰ কৰিব পাৰে আৰু সালসলনি কৰিব পাৰে। এই অনুজ্ঞাপত্ৰখন পিছত সলাব নোৱাৰি।
|
|
|
|
এই ফাইলটো মোক ইয়াৰ স্বত্বাধিকাৰীয়ে দিছিল। এই ফাইলটোৰ কপিৰাইট অধিকাৰীয়ে মোক এইটো ৱিকিপিডিয়াত আপল'ড কৰিবলৈ দিছে। মই প্ৰমাণ দিব পাৰোঁ যে তেওঁলোকে ইয়াক যিকোনো ব্যক্তিয়ে যিকোনো কামত ব্যৱহাৰ কৰিবৰ বাবে এখন মুক্ত অনুজ্ঞাপত্ৰৰ আধাৰত মুকলি কৰিবলৈ মান্তি হৈছে।
অনুগ্ৰহ কৰি জনাওক যে এই কৰ্মৰ স্বত্বাঅধিকাৰী কোন আৰু তেওঁলোকৰ পৰা আপুনি কেনেকৈ লাভ কৰিলে।
|
স্বত্বাধিকাৰী/স্ৰষ্টা:
|
|
সৃষ্টিৰ তাৰিখ:
|
|
উৎস:
|
আপুনি ফাইলটো কেনেকৈ পালে? (যেনে- অনলাইন উপলব্ধ; মোলৈ ইমেইলত ব্যক্তিগতভাৱে পঠিয়াইছিল …)
|
অনুমতি:
|
আপুনি অনুমতি কেনেকৈ লাভ কৰিলে? (যেনে- ইমেইলৰ যোগেদি, ব্যক্তিগতভাৱে, মই স্বত্বাধিকাৰীৰ হৈ কাম কৰোঁ …)
|
কপিৰাইট অধিকাৰীয়ে তলৰ অনুজ্ঞাপত্ৰ বাছনি কৰিছে:
|
অনুজ্ঞাপত্ৰ:
|
অন্যান্য:
|
প্ৰমাণ:
|
|
অনুজ্ঞাপত্ৰ ব্যক্তব্য ইয়াত অনলাইন পাব:
|
|
অনুজ্ঞাপত্ৰ চুক্তিখন ৱিকিমিডিয়াৰ কপিৰাইট সেৱালৈ "permissions-en@wikimedia.org" ঠিকনাত পঠিওৱা হৈছে। OTRS টিকেট পোৱা গৈছে:
|
|
অনুজ্ঞাপত্ৰখন এতিয়াও পঠিওৱা নাই, কিন্তু মই সেইটো অচিৰেই কৰিম বা স্বত্বাধিকাৰীক নিজেই পঠিয়াবলৈ ক'ম।
|
|
মোৰ হাতত সদ্যহতে কোনো প্ৰমাণ নাই, কিন্তু অনুৰোধ কৰিলে মই কিছু প্ৰমাণ দিব পাৰিম।
|
|
|
|
এই ফাইলটো এটা মুক্ত প্ৰকাশৰ উৎসৰ পৰা আহিছে। মই ইয়াক এটা ৱেবছাইট বা আন প্ৰকাশৰ উৎসৰ পৰা লৈছোঁ য'ত ইয়াৰ স্বত্বাধিকাৰীয়ে ইয়াক সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ এখন মুক্ত অনুজ্ঞাপত্ৰৰ আধাৰত ৰাখিছে।
স্ৰষ্টা/স্বত্বাধিকাৰী:
|
|
সৃষ্টিৰ তাৰিখ:
|
|
উৎস:
|
ৱেব উৎসৰ বাবে: অনুগ্ৰহ কৰি ফাইলটো পাব পৰা html ৱেব পৃষ্ঠাৰ লিংকটো দিয়ক ("http://... .html"), ফাইলটোৰ পোনপটীয়া লিংক নহয় ("http://... .jpg")। ছপা উৎসৰ বাবে: অনুগ্ৰহ কৰি সম্পূৰ্ণ উৎস তথ্য দিয়ক (লেখক, শিৰোনামা, প্ৰকাশক, বছৰ, পৃষ্ঠা আদি।)
|
কপিৰাইট অধিকাৰীয়ে ফাইলটোৰ বাবে তলৰ অনুজ্ঞাপত্ৰ বাছনি কৰিছে:
|
অনুজ্ঞাপত্ৰ:
|
অন্যান্য:
|
প্ৰমাণ:
|
স্ৰষ্টাজনে ক'ত অনুজ্ঞাপত্ৰ দিছে তাৰ এটা লিংক দিয়ক (যদি উৎস পৃষ্ঠাত দৃশ্যমান হোৱা নাই)।
|
|
|
এই কৰ্ম ইমানেই পুৰণি যে ইয়াৰ কপিৰাইট উকলি গৈছে। এইখন এখন পুৰণি ছবি, বা এখন পুৰণি পেইণ্টিং, ৰেখাচিত্ৰৰ পৰা তোলা ছবি ইত্যাদি। এইখন কপিৰাইট উকলি যোৱাকৈ পুৰণা ছবি বুলি মই ইয়াৰ স্ৰষ্টা সম্পৰ্কে যথেষ্ট তথ্য দিব পাৰোঁ। এইখন আইনীভাৱে এতিয়া ৰাজহুৱা ড'মেইনত পৰিছে।
মূল স্ৰষ্টা:
|
অনুগ্ৰহ কৰি এই কামৰ মূল স্ৰষ্টাৰ নাম লিখক।
|
জীৱনকাল:
|
ৰাজহুৱা ড'মেইনত প্ৰয়োজন হ'লে মৃত্যুৰ তাৰিখ লিখক। বহুক্ষেত্ৰত স্ৰষ্টাজনৰ মৃত্যু আজিৰেপৰা ষাঠীবছৰ আগতে হোৱাটো আমি নিশ্চিত কৰিব খুজোঁ।
|
প্ৰথম প্ৰকাশ:
|
এই কামৰ প্ৰথম প্ৰকাশ হোৱা তাৰিখ আৰু স্থান সম্পৰ্কে যিমান পাৰি সিমান তথ্য দিয়ক। ছপা প্ৰকাশৰ ক্ষেত্ৰত: সম্পূৰ্ণ উৎস তথ্য দিয়ক।
|
সৃষ্টিৰ তাৰিখ:
|
প্ৰথম প্ৰকাশ পোৱা আৰু সৃষ্টিৰ তাৰিখ বেলেগ হ'লে দুয়োটা লিখক।
|
পোনপটীয়া উৎস:
|
আপুনি কোন ঠাইত এই ফাইলটো পালে কওক। ৱেব উৎসৰ বাবে: অনুগ্ৰহ কৰি ফাইলটো পাব পৰা html ৱেব পৃষ্ঠাৰ লিংকটো দিয়ক ("http://... .html"), ফাইলটোৰ পোনপটীয়া লিংক নহয় ("http://... .jpg")। ছপা উৎসৰ বাবে: অনুগ্ৰহ কৰি সম্পূৰ্ণ উৎস তথ্য দিয়ক (লেখক, শিৰোনামা, প্ৰকাশক, বছৰ, পৃষ্ঠা আদি।)
|
ৰাজহুৱা ড'মেইনৰ অৱস্থা:
|
এই কৰ্ম সকলো কপিৰাইটৰ পৰা মুক্ত কাৰণ:
|
ই ১৯২৩ চনৰ আগতেই প্ৰকাশ হৈছিল আৰু সেইবাবে আমেৰিকান কপিৰাইট নীতিমতে ই ৰাজহুৱা ড'মেইনত পৰিব।
|
|
ই প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰত প্ৰকাশ হৈছিল, আৰু "URAA তাৰিখ" মতে ই ৰাজহুৱা ড'মেইনত পৰে। ভাৰতৰ ক্ষেত্ৰত স্ৰষ্টাজনৰ মৃত্যু হোৱা পিছৰ বছৰৰ পৰা ৬০ বছৰ পাৰ হ'লে কপিৰাইট লোপ পায়। অনুগ্ৰহ কৰি নিৰ্দিষ্ট দেশৰ কপিৰাইট নীতিৰ বাবে [1] চাওক।
|
|
ই ১৯৮৯ চনৰ আগতে প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰত প্ৰকাশ হৈছিল, আৰু ইয়াৰ কপিৰাইট লোপ পাইছে কাৰণ কোনো কপিৰাইট জাননী অবিহনে আৰু/বা প্ৰয়োজনীয় কপিৰাইট পঞ্জীয়ন অবিহনেই ইয়াক প্ৰকাশ কৰা হৈছিল।অনুগ্ৰহ কৰি প্ৰকৃত নিয়মৰ বাবে [2] চাওক।
|
|
কোনো আন কাৰণত ইয়াৰ কপিৰাইট লোপ পাইছে। [অনুগ্ৰহ কৰি তলত বৰ্ণনা কৰক]।
|
|
Explanation:
|
অনুগ্ৰহ কৰি ৰাজহুৱা ড'মেইন অৱস্থাৰ প্ৰমাণ কৰিবলৈ তথ্য-পাতি দিয়ক।
|
|
|
এই ফাইলটো কোনো আন কাৰণত ৰাজহুৱা ড'মে'ইনত আছে। এই কৰ্ম আইনীভাৱে ৰাজহুৱা ড'মেইনত থকাটো মই প্ৰমাণ কৰিব পাৰিম, অৰ্থাৎ ইয়াৰ ওপৰত কাৰো কোনো স্বত্ব নাই।
স্ৰষ্টা:
|
অনুগ্ৰহ কৰি এই কৰ্মৰ মূল স্ৰষ্টাৰ নাম লিখক।
|
উৎস:
|
আপুনি এই ফাইলটো ক'ত পালে কওক। ৱেব উৎসৰ বাবে: অনুগ্ৰহ কৰি ফাইলটো পাব পৰা html ৱেব পৃষ্ঠাৰ লিংকটো দিয়ক ("http://... .html"), ফাইলটোৰ পোনপটীয়া লিংক নহয় ("http://... .jpg")। ছপা উৎসৰ বাবে: অনুগ্ৰহ কৰি সম্পূৰ্ণ উৎস তথ্য দিয়ক (লেখক, শিৰোনামা, প্ৰকাশক, বছৰ, পৃষ্ঠা আদি।)
|
সৃষ্টিৰ তাৰিখ:
|
|
ৰাজহুৱা ড'মেইন অৱস্থা:
|
এই কৰ্ম সকলো কপিৰাইটৰ পৰা মুক্ত কাৰণ:
|
It was created by an agency of the US Federal Government. This does not apply to most US state and local agencies, nor to governments of other countries!
|
|
It is an official governmental item, such as a flag, state emblem, banknote or postage stamp, from a country where such items are exempt from copyright according to local law. This does not apply to all countries, nor does it usually apply to all publications! (For instance, it usually doesn't apply to simple publicity photographs published on a governmental website.) Please look up the copyright rules for the specific country in question. If the country does not have an exemption rule that applies to this item, go on with the section for "non-free copyrighted works" below. Explanation: Add any explanation or evidence necessary to substantiate your statement above. Cite and provide a link to the relevant law if possible.
|
|
কপিৰাইটৰ বাবে যোগ্য হ'বলৈ ই অতি সৰল। বিশেষক এই নিয়মটো সৰল জ্যামিতিক আকাৰ আৰু/বা কেইটামান আখৰ বা শব্দ থকা গ্ৰাফিক্স, বা গাণিতিক বা ৰাসায়নিক সূত্ৰৰ ক্ষেত্ৰত প্ৰযোজ্য। জটিল চিত্ৰকাৰিতা নথকা অতি সৰল ল'গ'ৰ ক্ষেত্ৰতো ই প্ৰযোজ্য হ'ব পাৰে। আলোকচিত্ৰৰ ক্ষেত্ৰত ই কেতিয়াও প্ৰযোজ্য নহয়!
|
|
ই আন কোনো কাৰণত ৰাজহুৱা ড'মেইনত আছে। Explanation:
|
|
|
|
|
এইটো এটা কপিৰাইটযুক্ত অ-মুক্ত কৰ্ম, কিন্তু মোৰ বিশ্বাস ইয়াক ভাল কামত ব্যৱহাৰ কৰা হৈছে। মই অ-মুক্ত সমলৰ বাবে ৱিকিপিডিয়াৰ নিয়ম সম্পৰ্কে অৱগত, আৰু এই ফাইলৰ ব্যৱহাৰে তাত থকা মাপকাঠি কেনেকৈ পূৰণ কৰিব সেয়া জনাবলৈ মই সাজু।
Please remember that you will need to demonstrate that:
- The file will serve an important function in an article; NFCC8
- It cannot be replaced by any other, free illustration that might yet be created; NFCC1
- Its use does not negatively affect the commercial interests of its owner NFCC2
- There will not be more non-free material used than necessary. NFCC3
This file will be used in the following article:
Enter the name of exactly one Wikipedia article, without the [[...]] brackets. It has to be an actual article, not a talkpage, template, user page etc. If you plan to use it in more than one article, please name only one of them here. Then, after uploading, open the image description page for editing and add your separate explanations for each additional article manually.
This article doesn't exist!
The article Example could not be found.
Please check the spelling, and make sure you enter the name of an existing article in which you will include this file.
If this is an article you are only planning to write, please write it first and upload the file afterwards.
This is not an actual encyclopedia article!
The page Example is not in the main article namespace. Non-free files can only be used in mainspace article pages, not on a user page, talk page, template etc.
Please upload this file only if it is going to be used in an actual article.
If this page is an article draft in your user space, we're sorry, but we must ask you to wait until the page is ready and has been moved into mainspace, and only upload the file after that.
This is a disambiguation page!
The page Example is not a real article, but a disambiguation page pointing to a number of other pages.
Please check and enter the exact title of the actual target article you meant.
Non-free use rationale
|
|
This work is itself the object of discussion in an article. This is a copyrighted artwork or photograph, and we need it to illustrate an article in which this work is being explicitly discussed. The discussion is about this work itself, as such, not merely about the thing or person depicted in it.
Which of these options describes this item best?
|
|
Who created this work?
|
Author/owner:
|
|
Date:
|
|
Source:
|
State exactly where you found this file. For web sources: please provide a link to the html web page where the file can be found ("http://... .html"), not a direct link to the image file itself ("http://... .jpg"). For print sources: provide full bibliographic information (author, title, publisher, year, page etc.)
|
Usage:
|
|
The article as a whole is dedicated specifically to this work.
|
|
There is a substantial amount of encyclopedic discussion of this work in this article. The illustration is specifically needed to support the following point:
|
|
|
This is a depiction of a copyrighted three-dimensional work or building, which is the object of discussion in an article. This is a photograph or other kind of depiction of a copyrighted, three-dimensional creative work, such as a statue or work of architecture. The article contains a discussion of that work which requires illustration. The photograph as such is free, or was provided by the creator of the sculpture.
Which of these options describes this item best?
|
|
First describe who created the original work depicted:
|
Creator:
|
|
Date:
|
|
Usage:
|
|
The article as a whole is dedicated specifically to this work.
|
|
There is a substantial amount of encyclopedic discussion of this work in this article. The illustration is specifically needed to support the following point:
|
Now describe who created the image:
|
Author:
|
|
Date:
|
|
Source:
|
State exactly where you found this file. For web sources: please provide a link to the html web page where the file can be found ("http://... .html"), not a direct link to the image file itself ("http://... .jpg"). For print sources: provide full bibliographic information (author, title, publisher, year, page etc.)
|
Image status
|
|
The image was created and published by the same author who also holds the rights to the original object, and no alternative depiction could be suitably created.
|
|
The author of the image has released the photographic work under a free license, or it is in the public domain:
Name the license or describe the public domain status, adding any necessary evidence to make the licensing status verifiable.
|
|
|
This is an excerpt from a copyrighted work. This is an excerpt from a copyrighted work, e.g. a screenshot from a movie or TV programme, a panel from a comic, or a sound sample from a song. Its presence is needed to support a piece of explicit critical discussion in an article related to that work or its creator(s).
Which of these options describes this item best?
|
|
Author:
|
(author / copyright owner of the original work)
|
Date of creation:
|
|
Source:
|
(where exactly did you get this file from?)
|
Please explain what exactly in the article it is that you want to illustrate with this.
|
|
Typically, the illustration must be used to support some specific issue of discussion in the article. Please be concrete and specific. Don't just copy boilerplate statements from elsewhere. State clearly, in your own words, what this particular image will be doing in this particular article.
|
If necessary, please explain why this purpose cannot be achieved through text alone.
|
|
|
|
|
This is the official cover art of a work. This is the titlepage of a book, the cover of a CD or video, the official release poster of a movie, or a comparable item. It will be included as that work's primary means of visual identification, at the top of the article about the book, movie etc. in question. Note: If you plan to use it for any other purpose than this, please tick the box for "other non-free work" below.
Which of these options describes this item best?
|
|
Author:
|
(author / copyright owner of the original work)
|
Date of publication:
|
|
Source:
|
(where exactly did you get this file from?)
|
This image will be shown as a primary means of visual identification at the top of the article dedicated to the work in question. A standard fair use rationale will be added that matches this type of use. If you plan to use the file for any purpose other than this, please do not use this section, but the one labelled "other type of non-free work" below.
|
|
|
This is a logo of an organization, company, brand etc. This is an official logo of an entity that is the subject of a Wikipedia article. It will be included as that entity's primary means of visual identification, at the top of the article in question. Note: If you plan to use it for any other purpose than this, please tick the box for "other non-free work" below.
Which of these options describes this item best?
|
|
Source:
|
(where exactly did you get this file from?)
|
This image will be shown as a primary means of visual identification at the top of the article dedicated to the entity in question. A standard fair use rationale will be added that matches this type of use. If you plan to use the file for any purpose other than this, please do not use this section, but the one labelled "other type of non-free work" below.
|
|
|
This is an historic portrait of a person no longer alive. This is an historic photograph or other depiction of a person who is no longer alive. It will be used as the primary means of visual identification of that person in the article about them.
Deceased since:
|
(This type of file can typically only be used with people who are no longer alive.)
|
Author:
|
(Who made this image?)
|
Original publication:
|
(Where, when and how was this image first published?)
|
Date of publication:
|
|
Source:
|
(where exactly did you get this file from?)
|
This image will be shown as a primary means of visual identification at the top of the article dedicated to the person in question. A standard fair use rationale will be added that matches this type of use. If you plan to use the file for any purpose other than this, please do not use this section, but the one labelled "other type of non-free work" below.
|
Please explain why a free alternative to this image cannot be found.
|
|
For subjects who died recently: have you made a reasonable effort to find people who might possess photographs of this person and might be willing to release one? For subjects who lived in the early-to-mid 20th century: have you considered if there might be an older photograph that has fallen in the public domain?
|
Please explain why you are confident that our use of the file will not harm any commercial opportunities of its owner.
|
|
We will typically not use a file if its owner has a potential commercial interest in its use, and if our use of it would compete with its original market role.
|
|
|
এইটো আন কোনো বিধৰ অ-মুক্ত কৰ্ম যিটো মই বিধিসন্মত ভাল ব্যৱহাৰ বুলি ভাবোঁ। এই কৰ্মৰ কপিৰাইট আছে যাৰ ব্যৱহাৰ ওপৰত দিয়া এটাও শ্ৰেণীত নপৰে। মই অ-মুক্ত সমলৰ বিষয়ে ৱিকিপিডিয়াৰ নীতিসমূহ পঢ়িছোঁ আৰু এই ফাইলটোৱে কেনেকৈ অ-মুক্ত সমলৰ মাপকাঠি পূৰণ কৰে সেয়া মই ক'ব পাৰিম।
ইয়াৰ কোনটো বিকল্পই ফাইলটোৰ সঠিক বিৱৰণ দাঙি ধৰে?
|
|
স্ৰষ্টা:
|
(এই ছবিখন কোনে সৃষ্টি কৰিছিল?)
|
মূল প্ৰকাশ:
|
(Where, when and how was this image first published?)
|
Date of publication:
|
|
Source:
|
(where exactly did you get this file from?)
|
Please explain what exact purpose this file will serve in the article.
|
|
Please be concrete and specific. Don't just copy boilerplate statements from elsewhere. State clearly, in your own words, what this particular image will be doing in this particular article. Your explanation must make it clear why the article would be significantly worse off without this file.
|
Please explain why this purpose could not be served by text alone.
|
|
|
Please explain why this purpose could not be served with an alternative, free illustration that could yet be found or created.
|
|
For a file to be deemed replaceable, it is not necessary that a suitable replacement already exists. Even if it is merely possible that a replacement could be created, we will not use the non-free file.
|
Please explain why you are confident that our use of the file will not harm any commercial opportunities of its owner.
|
|
We will typically not use a file if its owner has a potential commercial interest in its use, and if our use of it would compete with its original market role.
|
Remember that the use of non-free files must be minimal. This can mean several things:
- Don't use more files per article/topic than necessary
- Don't use the same file in more articles than necessary
- Don't use larger excerpts of a single work than necessary
- Don't use images of higher resolution than necessary
Please explain how the intended use of this file meets this criterion.
|
|
|
Special source and license conditions (optional)
|
|
|
Any further relevant information about this file?
|
|
|
Edit summary:
|
A brief description of why you are overwriting this file. This will not be saved on the description page, but will be shown in its edit history.
|
|
হয়, মই এই ফাইলটো সকলো ভাষাৰ সকলো ৱিকিমিডিয়া প্ৰকল্পত উপলব্ধ কৰাবলৈ বিচাৰিছোঁ। মই এইটো ৱিকিমিডিয়া কমন্সত আপল'ড কৰিম। এই বুটামটো ক্লিক কৰিলে আপোনাক কমন্সৰ এখন পৃষ্ঠালৈ পুনৰ্নিৰ্দেশ কৰিব। আপুনি ইতিমধ্যে তাত লগ্ ইন্ কৰি ৰাখিলেহে এই উপায়ে কাম দিব। যদি আপোনাৰ একত্ৰিত একাউণ্ট আছে তেন্তে অসুবিধা নাই। আপুনি লগ্ ইন্ কৰিছেনে নাই ইয়াত পৰীক্ষা কৰক।
|
|
নহয়, মই এই ফাইলটো স্থানীয়ভাৱে আপল'ড কৰিব বিচাৰিছোঁ। এনে কৰিলে ফাইলটো কেৱল অসমীয়া ৱিকিপিডিয়াতহে ব্যৱহাৰ কৰিব পৰা যাব। কিন্তু কোনোৱে আন ঠাইত ব্যৱহাৰ কৰিবলৈ এইটো কমন্সলৈ কপী কৰিব পাৰে।
|
|
মই কেৱল ফাইলৰ বিৱৰণ লিখি পৰীক্ষাগাৰত পৰীক্ষামূলক আপল'ড এটা কৰিবলৈ বিচাৰিছোঁ। এনে কৰিলে ফাইলটো প্ৰকৃততে আপল'ড নহয়।
|
|
এই প্ৰপত্ৰ ৰিছে'ট কৰি পুনৰায় আৰম্ভ কৰক।
|
|
|
|
|
এই ফাইলটো ওপৰৰ এটাও শ্ৰেণীত নপৰে। এই ফাইলটো ওপৰত দিয়া ব্যৱহাৰৰ এটাও শ্ৰেণীত নপৰে বা মই ইয়াৰ অৱস্থা সম্পৰ্কে নিশ্চিত নহয়। মই এই ফাইলটো ক'ৰবাত পালোঁ, কিন্তু এইটো কোনে তৈয়াৰ কৰিলে বা ইয়াৰ স্বত্বাধিকাৰ কোন সেয়া নাজানো।
আমি দুঃখিত, কিন্তু যদি আপুনি ফাইলটোৰ কপিৰাইট সম্পৰ্কে একো নাজানে বা এইটো ওপৰৰ এটাও শ্ৰেণীত খাপ নাখায় তেন্তে:
অনুগ্ৰহ কৰি এইটো আপল'ড নকৰিব।
আমাৰ অনুৰোধ, সঁচাই নকৰিব। যদিও আপুনি ভাবে যে এইটোৱে প্ৰবন্ধটোৰ মান উচ্চ কৰিব, আমি ৱিকিপিডিয়াত এই কপিৰাইট নিয়মসমূহ ঢিলাই দিবলৈ নিবিচাৰোঁ।
বিশেষকৈ এইবোৰ আপল'ড নকৰিব:
- কোনো ৱেবছাইটত পোৱা কিবা ফাইল, যাৰ স্ৰষ্টা বা কপিৰাইট অধিকাৰী সম্পৰ্কে আপুনি একো নাজানে।
- ক'ৰবাত পোৱা কিবা ফাইল, স্ৱত্ৱাধিকাৰীয়ে যিট ব্যৱহাৰত একো আপত্তি নকৰে বুলি আপুনি ভাবিছে কিন্তু এই সম্পৰ্কে আপোনাৰ ওচৰত একো অনুজ্ঞাপত্ৰৰ নমুনা নাই।
- ৰাজহুৱা অভিপ্ৰায়ত স্বত্বাধিকাৰীয়ে মুকলি কৰা কোনো ফাইল যিটোৰ সম্পূৰ্ণ মুক্ত অনুজ্ঞাপত্ৰ বা সকলো ব্যৱহাৰৰ বাবে মুক্ত পুনৰ্ব্যৱহাৰৰ অনুমতি নাই।
- ব্যৱসায়িক চিত্ৰ এজেন্সী যেনে ৰিউটাৰ, এপি বা গেট্টী ইমেজৰ হাতত থকা কোনো ফাইল। কোনো বিৰল কাৰণৰ বাহিৰে "ভাল ব্যৱহাৰ" নীতিৰ আধাৰত সেইবোৰ সাধাৰণতে ব্যৱহাৰ কৰিব নোৱাৰি।
আপোনাৰ যদি কিবা সন্দেহ আছে, অনুগ্ৰহ কৰি আপল'ড কৰাৰ আগতে কোনো অভিজ্ঞ সম্পাদকক সুধি লওক। ৱিকিপিডিয়া:মিডিয়া কপিৰাইট প্ৰশ্ন (ইংৰাজী)ত সদস্যসকলে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব। ধন্যবাদ।
|