সদস্য:JBDVIJASDVI/পেঘেনিয়াই নাথাক
ৱিকিপিডিয়ালৈ আদৰিছোঁ। ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ চেষ্টা কৰাৰ বাবে আপোনাৰ প্ৰতি আমি চিৰকৃতজ্ঞ। আশাকৰোঁ আগলৈকো আপুনি ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ থাকিব। আপুনি সৃষ্টি কৰা এই প্ৰবন্ধটোৱে হয়তো ৱিকিপিডিয়াৰ নীতি-নিয়ম ঠিকমতে মানি চলা নাছিল। সেয়ে এই প্ৰবন্ধটোক আপোনাৰ সদস্যপৃষ্ঠালৈ স্থানান্তৰ কৰা হ’ল। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে আৰু অধিক তথ্য থাকিব পাৰে, অনুগ্ৰহ কৰি সেয়া চাই লয় যেন। এই কামৰ বাবে আপুনি নিৰাশ নহ'ব। সদস্য পৃষ্ঠাত থাকিলেও আপুনি প্ৰবন্ধটো সম্পাদনাৰ কাম চলাই যাব পাৰে আৰু ইয়াৰ অলপ বিকাশ সাধন হোৱাৰ পাছত প্ৰবন্ধটো পুনৰ মুখ্য স্থানলৈ "স্থানান্তৰ" কৰি দিব পাৰিব। এইক্ষেত্ৰত আপুনি কিবা অসুবিধাৰ সম্মুখীন হ’লে আমি আপোনাক সহায় কৰিবলৈ সদায় প্ৰস্তুত। |
এই প্ৰবন্ধত কোনো কোনো স্থানত অন্য ভাষাৰ পৰা অসমীয়ালৈ অনুদিত শব্দ/বাক্যাংশ ব্যৱহাৰ কৰা দেখা গৈছে। ইয়াৰে কোনো কোনো অনুবাদ অ-যথাযথ/অপ্ৰয়োজনীয়/বিভ্ৰান্তিকৰ যেন ভাৱ হয়। এনে ক্ষেত্ৰত অনুগ্ৰহ কৰি (১) উপযুক্ত অনুবাদ/অনুলিপি কৰি বা (২) বন্ধনীৰ ভিতৰত মূল শব্দটো দি বা (৩) শব্দটোৰ পাচতে {{মূল শব্দৰ প্ৰয়োজন}} বা {{ভাল অনুবাদ লাগে}} বুলি লিখি বিভ্ৰান্তি দুৰ কৰাত সহায় কৰক। লগতে আলোচনা পৃষ্ঠাত আলোচনাও কৰিব পাৰে। |
কোনো বিষয়ৰ ওপৰত বহুদিনৰে পৰা চলি অহা আলোচনা আৰু তেনে আলোচনাৰ ওপৰত ভিত্তি কৰি হোৱা কোনো সিদ্ধান্ত বা প্ৰতিষ্ঠিত সত্যাসত্য শুদ্ধ গতিকে আৰু পেঘেনিয়াই থকাৰ কোনো প্ৰয়োজন নাই বুলি কোৱাতো বা ভৱাতো এক সততে পৰিলক্ষিত যুক্তি-বিভ্ৰাট।
কোনো চতুৰবিদে[মূল শব্দৰ প্ৰয়োজন][ভাল অনুবাদ লাগে] কেতিয়াবা নিজে লোৱা অথবা সুবিধাবাদী সিদ্ধান্ত বা মতক গাৰ জোৰত কবলৈ গৈ এই 'পেঘেনিয়াই নাথাক'[ভাল অনুবাদ লাগে] Argument from repetition (argumentum ad nauseam) যুক্তিবাণ মাৰি দায় সাৰে।
তৰ্কত প্ৰতিপক্ষই এই বাণ মৰাৰ সন্দেহ হলে তেনে বিষয়ক পানীয়ে মাৰা বাও হেন জ্ঞান নকৰিবলৈ সোৱঁৰাই দি সেই বিষয়ক পুনৰ নিৰ্মোহ বিচাৰৰ মাজলৈ টানি আনিব পাৰি। এনে বিষয়ৰ ওপৰত আলোচনা দৰাচলতে আমনিদায়ক নহয় বৰঞ্চ এই বিভ্ৰাটত তেনে পুনৰালোচনাৰ পৰা আঁতৰি থাকিবলৈহে অসাৰ যত্ন কৰা হয়।