MS Sakib
24 February 2020 তাৰিখে যোগ দিছে
মই মো. সাদমান ছাকিব,
এজন বাংলাদেশী ৱিকিপি(মি)ডিয়ান।
আমি মো. সাদমান ছাকিব,
একজন বাংলাদেশি উইকিপি(মি)ডিয়ান।
ব্যবহাৰকাৰীৰ বাবেল তথ্য | ||||||
---|---|---|---|---|---|---|
| ||||||
ভাষা অনুযায়ী ব্যৱহাৰকাৰী |
"ইপাৰ সিপাৰ কোনপাৰে নেজানো MS Sakib ডাঙৰীয়া, অসমীয়া ৱিকিপিডিয়াৰ অতিথি সম্পাদক হিচাপে আপোনাক হিয়াভৰা ওলগ জনালোঁ। আন এখন দেশৰ আন এটা ভাষাৰ থলুৱা ৱিকিপিডিয়ান হৈয়ো অসমীয়া ভাষাক বুকুত সামৰি লোৱাৰ লগতে অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে অসমীয়া ৱিকি পৰিয়ালৰ হৈ আপোনালৈ এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই যোগাত্মক বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ বুঢ়া লুইত আৰু পদ্মা নদীৰ এই সংগম চিৰস্থায়ী হওক। ধন্যবাদেৰে। —-Chandan Chiring Phukon Chat 18:29, 29 May 2022 (ইউ.টি.চি.) |