নমস্কাৰ, মই মানস প্রতিম দত্ত। মোৰ ঘৰ ধেমাজি জিলাৰ মাছখোৱা মৌজাৰ বৰপাক জীয়ানৰীয়া গাঁৱত। মই ভেষজ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাত স্নাতোকত্তৰ ডিগ্রী গ্রহণ কৰি বর্তমান এখন কনিষ্ঠ মহাবিদ্যালয়ত পাঠদান কৰি আছো।