নমস্কাৰ, মই নৰুনা বৰুৱা। অসমীয়া ৱিকিপিডিয়াৰ সৈতে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা জড়িত হৈ বিভিন্ন ধৰণৰ প্ৰবন্ধৰ সম্পাদনা কৰি আহিছোঁ। লিখা-মেলাৰ প্ৰতি মোৰ আকৰ্ষণ আছে। লিখা-মেলাৰ ভিতৰত মই গল্প-সাহিত্য তথা বুৰঞ্জীমূলক প্ৰবন্ধ,বিশ্বৰ বৰেণ্য ব্যক্তিসকলৰ জীৱনী আদি লিখোঁ ।