সদস্য:Shankar Sen/ফাল্গুনী ৰায়

ফাল্গুনী ৰায় বাংলা ভাষাহাংৰি আন্দোলনৰ কিংবদন্তী কবি। ১৯৪৫ চনৰ ৭ জুন তাৰিখে কলিকতাৰ বৰাহনগৰত তেওঁৰ জন্ম হয়। ১৯৮১ চনৰ ৩১ মে'ত তেওঁৰ মৃত্যু ঘটে ।

সাহিত্যকৃতি সম্পাদনা কৰক

  • নষ্ট আত্মাৰ টেলিভিশান (কলিকতা আৰু ঢাকাত ১৭টা সংস্কৰণ প্ৰকাশিত )।

তথ্যসূত্ৰ সম্পাদনা কৰক

  • হাওয়া ৪৯ ফালগুনী ৰায় সংখ্যা। সম্পাদক সমীৰ ৰায়চৌধুৰী।

বহিঃসংযোগ সম্পাদনা কৰক