কংকণ তালুকদাৰ
কবিতাৰ মানদণ্ড শীৰ্ষক লেখাটো 'ৱিকিপিডিয়া'ৰ প'লিচিৰ আধাৰত হোৱা নাই৷ ইয়াক এটা ব্যক্তিগত প্ৰবন্ধৰ ভিতৰতহে ৰাখিব পাৰি৷ অনুগ্ৰহ কৰি ইয়াক সলনি কৰক বা বিলোপ কৰক৷ অনুগ্ৰহ কৰি ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি এবাৰ পঢ়ি চাওক৷
Anjal Borah ০৬:২৬, ২২ আগষ্ট ২০১১ (UTC)
ৱিকিপিডিয়াত মোৰ কবিতাৰ ওপৰত এটা লেখা আছে । আঁতৰাব পৰা নাই । মই ৱিকিপিডিয়াত নতুন হয় । লেখাটো যদি re-post হৈ আছে দু:খিত । পাৰিলে কোনোবাই আঁতৰাই দিয়ে যেন ।
লেখাটো বিলোপনৰ বাবে সাজু কৰি ৰখা হৈছে । প্ৰশাসকে ব্যৱস্থা গ্ৰহণ কৰিব । Gitartha.bordoloi ০৫:৫৪, ১০ চেপ্তেম্বৰ ২০১১ (UTC)
কংকণ তালুকদাৰৰ সৈতে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। কংকণ তালুকদাৰৰ সৈতে সংযোগ আৰু সহযোগিতা কৰিবলৈ এটা নতুন আলোচনা আৰম্ভ কৰক। ইয়াত আপুনি যি লিখিব সেয়া আনৰ বাবে ৰাজহুৱা হ’ব।