শেহতীয়া সম্পাদনা সম্পাদনা কৰক

ৰং পৃষ্ঠাখনত আপুনি কৰা সম্পাদনাৰ আঁত ধৰি কওঁ যে, নতুন অনুষ্ঠানৰ সূচী যোগ দিলে পুৰণি সূচী বিলোপ কৰিব নালাগে। কেৱল নতুন আৰু পুৰণি বুলি উল্লেখ কৰি দিলেই হল। উদাহৰণ স্বৰূপে আপুনি যিকোনো দূৰদৰ্শন কেন্দ্ৰৰ ইংৰাজী ৱিকিৰ পৃষ্ঠা চাব পাৰে। পৰা পক্ষত সাৰাংশ নিদিয়াকৈ তথ্য বিলোপ নকৰিব।-অজয় দাস (বাৰ্তা) 13:51, 2 December 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক


এইখন আলোচনা পৃষ্ঠা বেনামী সদস্যৰ বাবে, যিয়ে নিজা একাউণ্ট সৃষ্টি কৰা নাই বা যিয়ে সেই একাউণ্ট ব্যৱহাৰ নকৰে। এতেকে আমি তেখেতসকলক আই-পি ঠিকনাৰে চিনাক্ত কৰিবলৈ বাধ্য। সেই একেই আই-পি ঠিকনা অনেকেই ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এজন বেনামী সদস্য আৰু যদি আপুনি অনুভৱ কৰে যে আপোনাৰ প্ৰতি অপ্ৰাসঙ্গিক মন্তব্য কৰা হৈছে, তেনেহলে আন বেনামী সদস্যৰ পৰা পৃথক কৰিবলৈ এ টাএকাউণ্ট সৃষ্টি কৰক বা প্ৰৱেশ কৰক