অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰাৰ প্ৰতি দেখুওৱা আপোনাৰ আগ্ৰহৰ বাবে অশেষ ধন্যবাদ৷ আপুনি অসমীয়া চলচ্চিত্ৰ বা চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিৰ বিষয়ে প্ৰবন্ধ সৃষ্টি কৰা দেখা গৈছে৷ কথা হ'ল, ৱিকিৰ প্ৰবন্ধ ৰচনা কৰাৰ নিৰ্দিষ্ট শৈলী আছে৷ আপুনি সেয়া অনুসৰণ কৰা নাই৷ তাৰোপৰি প্ৰবন্ধবোৰত কোনো তথ্যসূত্ৰও সংযোগ কৰা নাই৷ অধিক জানিব বিচাৰিলে মোলৈ বাৰ্তা দিব পাৰে৷ তাৰোপৰি IP Address-ৰে সম্পাদনা কৰাৰ সলনি একাউণ্ট এটা খুলি লৈ সম্পাদনা কৰিবলৈ আপোনাক অনুৰোধ জনালো৷ বাবুল বৈশ্য (বাৰ্তা) 03:12, 7 January 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক


এইখন আলোচনা পৃষ্ঠা বেনামী সদস্যৰ বাবে, যিয়ে নিজা একাউণ্ট সৃষ্টি কৰা নাই বা যিয়ে সেই একাউণ্ট ব্যৱহাৰ নকৰে। এতেকে আমি তেখেতসকলক আই-পি ঠিকনাৰে চিনাক্ত কৰিবলৈ বাধ্য। সেই একেই আই-পি ঠিকনা অনেকেই ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এজন বেনামী সদস্য আৰু যদি আপুনি অনুভৱ কৰে যে আপোনাৰ প্ৰতি অপ্ৰাসঙ্গিক মন্তব্য কৰা হৈছে, তেনেহলে আন বেনামী সদস্যৰ পৰা পৃথক কৰিবলৈ এ টাএকাউণ্ট সৃষ্টি কৰক বা প্ৰৱেশ কৰক