অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা একাদিক্ৰমে:

১) গোপীনাথ বৰদলৈ� ২) বিষ্ণুৰাম মেধী��� ৩) বিমলাপ্ৰসাদ চলিহা ৪) মহেন্দ্ৰ মোহন চৌধুৰী� ৫) শৰৎচন্দ্ৰ সিংহ ৬) গোলাপ বৰবৰা� ৭) যোগেন্দ্ৰনাথ হাজৰিকা ৮) চৈয়দা আনোৱাৰা তাইমূৰ ৯) কেশৱচন্দ্ৰ গগৈ ১০) হিতেশ্বৰ শইকিয়া ১১) প্ৰফুল্ল কুমাৰ মহন্ত�� ১২) হিতেশ্বৰ শইকিয়া ১৩) ভূমিধৰ বৰ্মন ১৪) প্ৰফুল্লকুমাৰ মহন্ত ১৫) তৰুন গগৈ ১৬) সৰ্বানন্দ সোণোৱাল ১৭) হিমন্তবিশ্ব শৰ্মা