Jose77 is busy in real life and may not respond swiftly to queries.

Hi, I have translated the Welcome Template page into Assamese as you have asked for. - উদ্দীপ ১৯:৩৪, ২৬ মে' ২০০৯ (UTC)

যথেষ্ট কঠিন অনুবাদ । মোৰ খ্ৰীষ্টিয়ানিতিৰ জ্ঞান বৰ কম, তথাপি মই চেষ্টা এটা কৰিছো-


"The church, established by the Lord Jesus Christ, through the Holy Spirit during the time of the 'latter rain', is the restored true church of the Apostolic time".


উক্ত বক্যটোত মোৰ 'latter rain'ৰ ধাৰণাটো শুদ্ধ ন'হবও পাৰে, আপোনি তথাপি আশাকৰো মোৰ প্ৰয়াসৰ পৰা লাভৱান হ'ব-


"অধর্মৰ অসংখ্য বিচাৰ ধাৰাৰ সময়ত ভগৱান যিশু খ্রীষ্টই পৱিত্র আত্মাৰ দ্বাৰা স্থাপন কৰা গীর্জা এপষ্টিলিক সময়ৰ সঁচা পুনৰুজ্জীৱিত গীর্জা ।" Vkborah ১৮:১৮, ১৫ জুন ২০০৯ (UTC)

Page have been translated. For the convenience of Assamese typing is there any way to make larger the font size of editing box? If there is any, please tell me.


With thanks Vkborah ১৫:৩২, ১৬ জুন ২০০৯ (UTC)

অসমৰ সুপ্রসিদ্ধ মনুহ সম্পাদনা কৰক

Dear Jose77,

অসমৰ সুপ্ৰসিদ্ধ মানুহ শিতানত "মানুহ" শব্দটো ভুল কৰি লিখা আছে| ইয়াত "মনুহ" অসমৰ সুপ্রসিদ্ধ মনুহ হৈ আছে৷ আপোনাৰ নিশ্চয় এডমিন ৰাইট আছে৷ পাৰিলে শুদ্ধ কৰি দিব|

ধন্যবাদেৰে Anjal Borah ( ০৫:২৭, ২৪ জুন ২০০৯ (UTC))

Hi.

We haven't seen you for sometime. Is it possible to contact you via email? Are you available for discussions?

Psneog ১৪:০২, ৮ চেপ্তেম্বৰ ২০১১ (UTC)

প্ৰথম অসমিয়া ৱিকিমিটআপ সম্পাদনা কৰক

অসমিয়া ৱিকিপিডিয়াৰ প্ৰথম গুৱাহাটী মিটআপখন অহা দেওবাৰ ২৯ জানুৱাৰী ২০১২ তাৰিখে পতাৰ সিদ্ধান্ত লোৱা হৈছে, স্থান:- কম্পিউটাৰ বিজ্ঞান বিভাগ , গুৱাহাটী বিশ্ববিদ্যালয়, সময়:- দিনৰ ২ বজাত, অহা দেওবাৰে আপোনাক মিটআপত উপস্থিত থাকিবলৈ অনুৰোধ জনালো Jyoti Prakash Nath 11:14, 21 জানুৱাৰী 2012 (UTC)

Your account will be renamed সম্পাদনা কৰক

18:58, 17 মাৰ্চ 2015 (UTC)