সমৰেন্দ্ৰ নাৰায়ণ দেৱ

অসমীয়া চলচ্চিত্ৰ পৰিচালক
(সমৰেন্দ্ৰ নাৰায়ন দেৱৰ পৰা পুনঃনিৰ্দেশিত)

সমৰেন্দ্ৰ নাৰায়ন দেৱ (ইংৰাজী: Samarendra Narayan Dev) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক। ১৯৭১ চনত মুক্তিপ্ৰাপ্ত অৰণ্য নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ৬খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতৰ পৰিচালনত মুক্তি পোৱা চলচ্চিত্ৰ "অৰণ্য" নামৰ চলচ্চিত্ৰখনে ১৯৭১ চনত শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল[1]

সমৰেন্দ্ৰ নাৰায়ন দেৱ
জন্ম ১৩ অক্টোবৰ ১৯৪০
অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৭১-২০১৩
উল্লেখযোগ্য কৰ্ম অৰণ্য, পুতলা ঘৰ

পৰিচালিত চলচ্চিত্ৰসম্পাদনা কৰক

সমৰেন্দ্ৰ নাৰায়ন দেৱে মুঠতে ৫ খন ছবি পৰিচালনা কৰিছিল[1]

ছবিৰ নাম বৰ্ষ টোকা
অৰণ্য ১৯৭১
পুতলা ঘৰ ১৯৭৬
সোণৰ হৰিণ ১৯৭৯
ৰাজা ১৯৮১
কাজিৰঙাৰ কাহিনী ১৯৮২
বীৰ চিলাৰায় ২০১২[2]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 "Film Directors". enajori.com. 2013-01-22. http://enajori.com/film-directors/। আহৰণ কৰা হৈছে: 2013-01-30. 
  2. http://www.nthwall.com/as/5678900020

বাহ্যিক সংযোগসম্পাদনা কৰক

  1. New road for a veteran Personality-Samarendra Narayan Dev
  2. India Heritage:Performing Arts:Cinema In India:Regional Cinema