সাঁচ:অদৃশ্য শ্ৰেণী
এই শ্ৰেণীটো সংশ্লিষ্ট পৃষ্ঠাত দৃশ্যমান নহয় যদিহে, সদস্যৰ পছন্দসমূহত সঠিকভাৱে নিৰ্বাচন কৰা নহয়। ইয়াত অন্তৰ্ভুক্ত পৃষ্ঠাসমূহ দেখুওৱাবৰ বাবে আপোনৰ পছন্দসমূহলৈ গৈ ৰূপ -> উচ্চতৰ উপায়ান্তৰ সমূহ -> নিহিত শ্ৰেণী সমূহ দেখুৱাওক বুলি লিখা বাকচটোত ক্লিক কৰি ৰাখিব লাগে। |
ব্যৱহাৰ
এই সাঁচ সেইসমূহ শ্ৰেণীত ব্যৱহাৰ কৰা উচিত যিবোৰত সাধাৰনতে ৱিকিপিডিয়াৰ পৰিচৰ্যামূলক কামত ব্যৱহৃত হয়। সাধাৰণ পঢ়ুৱৈৰ সুবিধাৰ্থে কিছুমান শ্ৰেণী ৱিকিপিডিয়াত অদৃশ্য কৰি ৰখা হয় যাতে তেওঁলোকে এইসমূহ দেখি বিভ্ৰান্তিত নপৰে। __HIDDENCAT__
হ’ল এনে এটা যাদুকৰী শব্দ, যিটোৰ যোগেদি শ্ৰেণী এটা লুকুৱাই ৰাখিব পাৰি। আনহাতে যিবোৰ শ্ৰেণীত {{hiddencat}} বুলি লিখা হয় তাত পুনৰাই __HIDDENCAT__
লিখাৰ প্ৰয়োজন নাই।
আৰু চাওক
The above documentation is transcluded from সাঁচ:অদৃশ্য শ্ৰেণী/doc. (edit | history) Editors can experiment in this template's sandbox (create | mirror) and testcases (create) pages. Please add categories and interwikis to the /doc subpage. Subpages of this template. |