সাঁচ:অদৃশ্য শ্ৰেণী/doc
এয়া হৈছে ‘সাঁচ:অদৃশ্য শ্ৰেণী’ শীৰ্ষক সাঁচটোৰ নথিকৰণৰ উপপৃষ্ঠা। ইয়াত সাঁচটো ব্যৱহাৰৰ তথ্য, শ্ৰেণীসমূহ, আন্তঃৱিকি সংযোগবোৰ আৰু অন্য সমল থাকে, যিবোৰ মূল সাঁচ পৃষ্ঠাটোৰ অংশ নহয়। |
ব্যৱহাৰ সম্পাদনা কৰক
এই সাঁচ সেইসমূহ শ্ৰেণীত ব্যৱহাৰ কৰা উচিত যিবোৰত সাধাৰনতে ৱিকিপিডিয়াৰ পৰিচৰ্যামূলক কামত ব্যৱহৃত হয়। সাধাৰণ পঢ়ুৱৈৰ সুবিধাৰ্থে কিছুমান শ্ৰেণী ৱিকিপিডিয়াত অদৃশ্য কৰি ৰখা হয় যাতে তেওঁলোকে এইসমূহ দেখি বিভ্ৰান্তিত নপৰে। __HIDDENCAT__
হ’ল এনে এটা যাদুকৰী শব্দ, যিটোৰ যোগেদি শ্ৰেণী এটা লুকুৱাই ৰাখিব পাৰি। আনহাতে যিবোৰ শ্ৰেণীত {{hiddencat}} বুলি লিখা হয় তাত পুনৰাই __HIDDENCAT__
লিখাৰ প্ৰয়োজন নাই।
আৰু চাওক সম্পাদনা কৰক