সাঁচ:আজিৰ আপুনি জানেনে-১১
- ...যে গুৱাহাটী উচ্চ ন্যায়ালয়ক পূৰ্বে অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয় নামেৰে জনা গৈছিল?
- ...যে কৃষ্ণৰ পৰলোকগমনৰ মাজেদিয়েই ৩১০২ খ্ৰীষ্টপূৰ্বৰ ১৭/১৮ ফেব্ৰুৱাৰীত দ্বাপৰ যুগৰ সমাপ্তি ঘটিছিল?
- ...যে ড° এ. পি. জে. আব্দুল কালামে বীণাই নামৰ এক দক্ষিণ ভাৰতৰ ততবাদ্য বজাই ভাল পাইছিল?
- ...যে গণেশ গগৈ অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমান্টিক কবি হিচাপে খ্যাত আছিল?
- ...যে আজান ফকীৰৰ তেওঁৰ প্ৰকৃত নাম আছিল শাহ মীৰান?