সাঁচ:আজিৰ আপুনি জানেনে-১৫
- ...যে গুগল (Google) কোম্পানীৰ মালিকে গুগ'লৰ (Googol)ৰ বানান ভুল কৰিলে?
- ...যে নিগনিয়ে আকালৰ সময়ত নিজৰ নেজো খায়?
- ...যে ২ এটি ৰামানুজ যুগ্ম সংখ্যা?
- ...যে হাজং ভাষা এটি ভাৰতীয় আৰ্য ভাষা যাৰ তিব্বত-বৰ্মী ভাষাৰ সৈতেও সম্পৰ্ক আছে?
- ...যে শিৰডীৰ সাই বাবাই নিজৰ উঢ়ীৰ (ভস্ম)ৰ দ্বাৰা স্থানীয় হকিমৰ কাম কৰিছিল?
- ...যে ৬বছৰীয়া কৌটিল্য পণ্ডিতে ২১৩ দেশৰ ভূগোল, জনমুৰি আয়, মুঠ ঘৰুৱা উৎপাদন আদিৰ বিষয়ে সহজে ক'ব পাৰে?