সাঁচ:বিশ্বকাপ ক্ৰিকেট দল, ১৯৭৯ (ভাৰত)
ক্ৰ. নং | নাম | জন্ম | বেটিং | বল কৰাৰ কৌশল | তালিকা A দল |
---|---|---|---|---|---|
১ | শ্ৰীনিৱাস ভেংকটৰাঘৱন (অধিনায়ক) | ২১ এপ্ৰিল, ১৯৪৫ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰেক | তামিলনাডু |
২ | মহীন্দৰ অমৰনাথ | ২৪ ছেপ্তেম্বৰ, ১৯৫০ | সোঁহতীয়া | সোঁহতীয়া মধ্যম বেগী | দিল্লী |
৩ | বিশন সিং বেদী | ২৫ ছেপ্তেম্বৰ, ১৯৪৬ | সোঁহতীয়া | বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স | দিল্লী |
৪ | অংশুমান গায়কোৱাড় | ২৩ ছেপ্তেম্বৰ, ১৯৫২ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰেক | বৰৌডা |
৫ | সুনীল গাভাস্কাৰ | ১০ জুলাই, ১৯৪৯ | সোঁহতীয়া | সোঁহতীয়া মধ্যম বেগী সোঁহতীয়া অফ ব্ৰেক |
মুম্বাই |
৬ | কৰ্ষণ গাভ্ৰি | ২৮ ফেব্ৰুৱাৰী, ১৯৫১ | বাঁওহতীয়া | বাঁওহতীয়া মধ্যম বেগী | মুম্বাই |
৭ | কপিল দেৱ | ৬ জানুৱাৰী, ১৯৫৯ | সোঁহতীয়া | সোঁহতীয়া দ্ৰুত-মধ্যম বেগী | হাৰিয়ানা |
৮ | সুৰিন্দৰ খান্না (কীপাৰ) | ৩ জুন, ১৯৫৬ | সোঁহতীয়া | উইকেটকীপাৰ | দিল্লী |
৯ | ব্ৰিজেষ পাটেল | ২৪ নৱেম্বৰ, ১৯৫২ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰেক | কৰ্ণাটক |
১০ | দিলিপ ভেংগাস্কাৰ | ৬ এপ্ৰিল, ১৯৫৬ | সোঁহতীয়া | সোঁহতীয়া মধ্যম বেগী | মুম্বাই |
১১ | গুণ্ডাপ্পা বিশ্বনাথ | ১২ ফেব্ৰুৱাৰী, ১৯৪৯ | সোঁহতীয়া | সোঁহতীয়া লেগ ব্ৰেক | কৰ্ণাটক |