সাঁচ:সূৰ্য
'পৰ্যবেক্ষণলব্ধ তথ্য | |
---|---|
পৃথিৱী পৰা গড় দূৰত্ব | ১৪৯.৬×10৬ কিমি (৯২.৯৫×10৬ মা) (পোহৰ গতিত ৮.৩১ মিনিট) |
দৃশ্যমান উজ্জ্বলতা (ভি) | −২৬.৮m |
পৰম মান | ৪.৮m |
বৰ্ণালীভিত্তিক শ্ৰেণীবিন্যাস | জি২ভি |
কক্ষীয় বৈশিষ্ট্যসমূহ | |
হাতীপতিৰ কেন্দ্ৰৰ গড় দূৰত্ব | ~২.৫×10১৭ কিমি (২৬,০০০-২৮,০০০ আলোকবৰ্ষ) |
কক্ষপথৰ পৰ্যায়কাল | ২.২৫-২.৫০×10৮ a |
বেগ | ২১৭ কিমি/ছে তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালৰ কক্ষপথত ২০ কিমি/ছে প্ৰতিবেশি নক্ষত্ৰৰ আপেক্ষিকত |
ভৌতিক বৈশিষ্ট্যসমূহ | |
গড় ব্যাস | ১.৩৯২×10৬ কিমি (১০৯ পৃথিৱী) |
পৰিধি | ৪.৩৭৩×10৬ কিমি |
কমলাকৃতি | 9×10−6 |
পৃষ্ঠৰ ক্ষেত্ৰফল | ৬.০৯×10১৮ মি² (১১,৯০০ পৃথিৱী) |
আয়তন | ১.৪১×10২৭ মি³ (১,৩০০,০০০ পৃথিৱী) |
ভৰ | ১.৯৮৮ ৪৩৫×10৩০ কেজি (৩৩২,৯৪৬ পৃথিৱী) |
ঘনত্ব | ১,৪০৮ কেজি/মি³ |
পৃষ্ঠৰ মধ্যাকৰ্ষণ | ২৭৩.৯৫ মি সে-২ ( g ৰ ২৭.৯ গুন) |
পৃষ্ঠৰ পলায়ন বেগ | ৬১৭.৫৪ কিমি/সে (৫৫ পৃথিৱী) |
পৃষ্ঠৰ তাপমাত্ৰা | ৫৭৮৫ K |
কৰোনাৰ তাপমাত্ৰা | ৫ MK |
কেন্দ্ৰৰ তাপমাত্ৰা | ~১৩.৬ MK |
উজ্জ্বলতা (Lsol) | W]] ~৩.৭৫×10২৮ lm (~98 lm/W ফলপ্ৰসূতা) |
গড় তীব্ৰতা (Isol) | ২.০০৯×10৭ W m-২ sr-১ |
ঘূৰ্ণন বৈশিষ্ট্যসমূহ | |
ক্ৰান্তিকোণ | ৭.২৫° (ভূকক্ষৰ লগত) ৬৭.২৩° (কক্ষপথৰ তলৰ লগত) |
উত্তৰ মেৰুৰ বিষুৱাংশ | ২৮৬.১৩° (১৯ ঘ ৪ মিন ৩০ ছে) |
উত্তৰ মেৰুৰ বিষুবলম্ব | +৬৩.৮৭° (৬৩°৫২' উত্তৰ) |
বিষুৱৰেখাৰ ঘূৰ্ণন কাল | ২৫.৩৮ দিন (২৫ দ ৯ ঘ ৭ মিন ১৩ ছে) |
বিষুৱৰেখাৰ বেগ | ৭১৭৪ কিমি/ঘ |
আলোক মণ্ডলীয় গঠন (ভৰ অনুসৰে) | |
হাইড্ৰ’জেন | ৭৩.৪৬ % |
হিলিয়াম | ২৪.৮৫ % |
অক্সিজেন | ০.৭৭ % |
কাৰ্বন | ০.২৯% |
লো | ০.১৬ % |
নিয়ন | ০.১২ % |
নাইট্ৰ’জেন | ০.০৯ % |
ছিলিকন | ০.০৭ % |
মেগনেছিয়াম | ০.০৫ % |
ছালফাৰ | ০.০২ % |