সাঁচ বাৰ্তা:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ পৰিচালনা

Latest comment: 2 বছৰৰ পূৰ্বে by Babulbaishya in topic শিৰোনাম

শিৰোনাম সম্পাদনা কৰক

@SlowPhoton:, সাঁচটোৰ শিৰোনাম শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা হ’লে ভাল হ’লহেঁতেন বোধহয়। বাবুল বৈশ্য (বাৰ্তা) 16:51, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Babulbaishya: ইংৰাজী ৱিকিৰ মতে বঁটাটোৰ নাম Best Direction হে Best Director নহয়। সেয়ে অসমীয়াত শ্ৰেষ্ঠ পৰিচালকৰ সলনি শ্ৰেষ্ঠ পৰিচালনা ৰাখিলোঁ। শ্ৰেষ্ঠ পৰিচালনা বুলিলে লিংগ নিৰপেক্ষও হয়। --SlowPhoton (talk) 04:37, 14 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
@SlowPhoton:, ঠিকে আছে। বাবুল বৈশ্য (বাৰ্তা) 07:20, 14 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
"ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ পৰিচালনা" পৃষ্ঠালৈ উভতি যাওক।