এই সাঁচটোৱে কিবা এটা সমস্যা দেখুৱাই আছে। কোনোৱে অলপ চকু ফুৰাই সহায় কৰি দিব নেকি? প্ৰণৱ জ্যোতি ভূঞা 09:24, 15 আগষ্ট 2013 (UTC)

ঠিক কৰা হ'ল। সাঁচটো ইংৰাজীটোৰ পৰা কপি কৰা হোৱা নাছিল। Ani ttbr (talk) 02:34, 16 আগষ্ট 2013 (UTC)
বহুত ধন্যবাদ অনিমেষ! এই সাঁচ বস্তুটোৱে প্ৰায়ে গণ্ডগোল লগায়। :)‌প্ৰণৱ জ্যোতি ভূঞা 05:40, 16 আগষ্ট 2013 (UTC)
"Infobox journal" পৃষ্ঠালৈ উভতি যাওক।