সাঁচ বাৰ্তা:Like
আমাক এ্ই সাঁচটোৰ দৰকাৰ আছে জানো? প্রভাকৰ শৰ্মা নেওগ (talk) 03:19, 9 অক্টোবৰ 2012 (UTC)
- প্ৰয়োজন নাই, কিন্তু থকা বাবে ভাল হৈছে মোৰ বোধে| যিহেতু সাঁচটোৱে এতিয়ালৈ অসমীয়া ৱিকিপিডিয়াত একো বেয়া প্ৰভাৱ পেলোৱা নাই , আৰু প্ৰয়োজনবশত উপযুক্ত স্থানতহে ব্যৱহাৰ কৰা হৈছে সেয়ে থাকক| বিষ্ণু শইকীয়া বাৰ্তা 13:34, 9 অক্টোবৰ 2012 (UTC)
সাঁচ:Likeৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন সাঁচ:Likeক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।