ইয়াত কি গণ্ডগোল হৈ আছে? ফটোখন সৰুকৈহে দেখি। Ani ttbr (talk) 16:09, 7 জানুৱাৰী 2014 (UTC)

কোনখন ছবি? সাঁচটো ক'ত ব্যৱহাৰ হৈছে? — গীতাৰ্থ বৰদলৈ (talk) 15:25, 8 জানুৱাৰী 2014 (UTC)
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰবন্ধটোত আছিল। এতিয়া {{Panorama}} কৰি দিলোঁ। সাঁচ:Wide image আৰু Template:Wide image মিলাই চাওকছোন। Ani ttbr (talk) 15:53, 8 জানুৱাৰী 2014 (UTC)
ঠিক কৰিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 05:15, 9 জানুৱাৰী 2014 (UTC)
"Wide image" পৃষ্ঠালৈ উভতি যাওক।