সাঁজ পানী

জাতীয় পানীয়
(সাঁজ-পানীৰ পৰা পুনঃনিৰ্দেশিত)

সাঁজ-পানী বা নাম লাও (English: Nam Lao / Hajpani) হ'ল লাওৰ এটা পনীয়া ৰূপ[1]। ই আহোম ভাষাৰ শব্দ। ইয়াক আহোম জনগোষ্ঠীৰ দ্বাৰা প্ৰস্তুত কৰা হয়।[2]

নাম-লাও
সাঁজ-পানী
সাঁজ-পানী বা নাম লাও
প্ৰকাৰ পনীয়া , পানী দিয়া
প্ৰস্তুতকৰ্তা আহোম জনগোষ্ঠী
উৎপত্তিৰ দেশ গুৱাংচি , দক্ষিণ চীন
ৰং বগা (চাউল আৰু ভীমকলৰ ক্ষেত্ৰত), হালধীয়া (কঠালৰ ক্ষেত্ৰত)
সোৱাদ চাউল,কঠাল,ভীমকল
ভিন্ন প্ৰকাৰ লোক লাও, নাম লাও
আনুষংগিক পণ্য লাও

বিশেষত্ব সম্পাদনা কৰক

নাম লাও হ'ল লাওৰ পনীয়া ৰূপ সেয়েহে নাম লাও অইন লাও সমূহতকৈ ৰঙ আৰু গাঢ়তাৰ ক্ষেত্ৰত পনীয়া হয়। ইয়াক অইন সকলো লাওৰ দৰে চাউল,ভীমকল নাইবা কঠাল আদিৰ পৰা প্ৰস্তুত কৰিব পৰা যায়। নাম লাও শব্দটো টাই আহোম ভাষাৰ পৰা আহিছে।[3] নাম মানে হ'ল পানী বা পনীয়া আৰু লাও মানে হ'ল টাই সকলৰ পৰম্পৰাগত এক প্ৰকাৰৰ পানীয় যাক অসমৰ লগতে চীন, থাইলেণ্ড , শান , লাওছ আদি দেশত প্ৰয়োগ কৰা হয়।[4]

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Gogoi, Lila (1991) (en ভাষাত). The History of the system of Ahom administration. Punthi Pustak. পৃষ্ঠা. 209. https://books.google.co.in/books?id=VtcsAAAAIAAJ. 
  2. Session, North East India History Association (2003) (en ভাষাত). Proceedings of North East India History Association. The Association. পৃষ্ঠা. 113. https://books.google.co.in/books?id=eDluAAAAMAAJ. 
  3. Gogoi, Pushpa (1996) (en ভাষাত). Tai of North East India. Chumphra Printers and Publishers. পৃষ্ঠা. 120. https://books.google.co.in/books?id=EBJuAAAAMAAJ. 
  4. Gogoi, Pushpa (1996) (en ভাষাত). Tai of North East India. Chumphra Printers and Publishers. পৃষ্ঠা. 120. https://books.google.co.in/books?id=EBJuAAAAMAAJ. 

বাহ্যিক সংযোগ সম্পাদনা কৰক