সাপেখাতী মহাবিদ্যালয়

শৈক্ষিক প্ৰতিষ্ঠান


সাপেখাতী মহাবিদ্যালয় (ইংৰাজী: Sapekhati College) ১৯৮৮ চনত স্থাপন কৰা অসমৰ চৰাইদেউ জিলাৰ সাপেখাতীত অৱস্থিত এক মুখ্য আৰু সাধাৰণ ডিগ্ৰী কলেজ। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[2]

সাপেখাতী মহাবিদ্যালয়
সাপেখাতী মহাবিদ্যালয়ৰ ল’গ’
সাপেখাতী মহাবিদ্যালয়ৰ ল’গ’
স্থাপিত ১৯৮৮
ধৰণ মহাবিদ্যালয়
অধ্যক্ষ কনকলতা কোঁৱৰ[1]
স্থান সাপেখাতী, চৰাইদেউ জিলা, অসম, ভাৰত
ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
ৱেবছাইট sapekhaticollege.in

বিভাগ সম্পাদনা কৰক

কলা[1] সম্পাদনা কৰক

  • অসমীয়া
  • ইংৰাজী
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ৰাজনীতি বিজ্ঞান
  • সমাজ তত্ত্ব

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "College Staff". Sapekhaticollege.in. Archived from the original on 29 August 2018. https://web.archive.org/web/20180829212007/http://sapekhaticollege.in/college-staff/। আহৰণ কৰা হৈছে: 22 December 2020. 
  2. "Affiliated College of Dibrugarh University". Archived from the original on 2020-05-11. https://web.archive.org/web/20200511203812/https://dibru.ac.in/academics/colleges। আহৰণ কৰা হৈছে: 2020-12-22. 

বাহ্যিক সংযোগ সম্পাদনা কৰক