সাহা (ইংৰাজী: Saha/Shaha) হৈছে ভাৰতৰ পশ্চিম বংগ, অসম আৰু ত্ৰিপুৰা ৰাজ্যৰ লগতে চুবুৰীয়া বাংলাদেশতো বাস কৰা এটা বঙালী হিন্দু উপাধি।[2]

সাহা
Pronunciation সাহা
Origin
Word/name বাংলা
Meaning ব্যবসায়ী
Region of origin অসম, ত্ৰিপুৰা, পশ্চিম বংগ আৰু বাংলাদেশ
Other names
Variant form(s) অসংখ্য
[1]

ইতিহাস সম্পাদনা কৰক

ঊনৈশ শতিকাৰ পূৰ্বে সাহা সম্প্ৰদায় উপবৰ্ণ হিচাপে প্ৰতিষ্ঠা পোৱা নাছিল। এওঁলোকৰ ধৰ্মীয় আচাৰ-আচৰণ অন্যান্য বঙালী হিন্দু সকলৰ নিচিনা।[3]

প্ৰাচীন সাহিত্যত সম্পাদনা কৰক

পয়াৰ ছন্দত লিখা শ্ৰী শ্ৰী হৰি লীলামৃত কবিতাত সাহাসকলৰ উল্লেখ পোৱা যায়।[4]

রাই এসে সেই বোঝা শীঘ্র নামাইল।
সাহা বলে তোমরা কোথায় যাবে বল।।

রাই বলে যা’ব মোরা মধুমতী পারে।

সাহা বলে উঠ দোঁহে দিব পার করে।।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "1990 Census Name Files". United States Census Bureau. 30 March 2005. http://www.census.gov/genealogy/names/names_files.html। আহৰণ কৰা হৈছে: 8 October 2018. 
  2. "Saha". Banglapedia. http://en.banglapedia.org/index.php?title=Saha। আহৰণ কৰা হৈছে: 2020-07-08. 
  3. "সাহা". banglapedia.org. https://bn.banglapedia.org/index.php?title=%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BE. 
  4. তাৰক চন্দ্ৰ সৰকাৰ, শ্ৰী শ্ৰী লীলামৃত (১৯১৬)