সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা

বঁ‌টা বা সন্মান।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা অসমৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ অৱদান আগবঢ়োৱা ব্যক্তিলৈ সন্মান জনাই আগবঢ়োৱা এক বঁটা[1]৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি ২০১৪ চনৰ পৰা পণ্ডিত শশীচন্দ্ৰ বৰবৰুৰা ন্যাসে এই বঁটাৰ প্ৰৱৰ্ত্তন কৰে৷ এই বঁটাৰ সৈতে আছে নগদ ২ লাখ টকা, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু কিতাপৰ টোপোলা৷[1][2]

২০১৪ চনৰ এই বঁটা মৰোণোত্তৰভাৱে ৰাধাগোবিন্দ বৰুৱা আৰু আছাম ট্ৰিবিউন গোষ্ঠীক প্ৰদান কৰা হয়৷[1][2]

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা বিজয়ী সম্পাদনা কৰক

ক্ৰমিক নং চন ব্যক্তিৰ নাম
২০১৪ ৰাধাগোবিন্দ বৰুৱা আৰু আছাম ট্ৰিবিউন গোষ্ঠী

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "দৈনিক অসম কাকতত প্ৰকাশিত বাতৰি". ২৭ মাৰ্চ, ২০১৪. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304195322/http://www.assamtribune.com/scripts/dainik.asp?id=mar2714/Page6। আহৰণ কৰা হৈছে: 27 মাৰ্চ 2014. 
  2. 2.0 2.1 "আমাৰ অসম কাকতত প্ৰকাশিত বাতৰি". ২৭ মাৰ্চ, ২০১৪. Archived from the original on 2015-12-11. https://web.archive.org/web/20151211013419/http://www.amarasom.glpublications.in/epapermain.aspx। আহৰণ কৰা হৈছে: 27 মাৰ্চ 2014.