সুভদ্ৰা কুমাৰী চৌহান

ভাৰতীয় কবি


সুভদ্ৰা কুমাৰী চৌহান (১৬ অক্টোবৰ ১৯০৪- ১৫ ফেব্ৰুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় কবি। তেখেতৰ জনপ্ৰিয় কবিতাটি হ'ল "ঝাঁসি কি ৰাণী।" সুভদ্ৰা কুমাৰী চৌহান জন্ম হৈছিল ১৯০৪ চনৰ ১৬ আগষ্ট তাৰিখে, এলাহবাদত। তেখেতৰ অন্যান্য কবিতাসমূহ হ'ল- "জালিয়ানওয়ালাবাগৰ বসন্ত", "বীৰন কা কেইসা হো বসন্ত", "ৰাখি কি চুনৌটি আৰু বিধা" ইত্যাদি। তেখেতৰ কবিতাৰে ভাৰতীয় স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰাণিত কৰিছিল।

সুভদ্ৰা কুমাৰী চৌহান
Subhadra Kumari Chauhan.JPG
সুভদ্ৰা কুমাৰী চৌহান
জন্ম ১৬ আগষ্ট, ১৯০৪
এলাহাবাদ জিলা, আগ্ৰা আৰু অওধ সংযুক্ত প্ৰদেশ, ব্ৰিটিছ ভাৰত
মৃত্যু ১৫ ফেব্ৰুৱাৰী, ১৯৪৮ (৪৩ বছৰ)[1]
চিয়ন, চেণ্ট্ৰেল প্ৰভিঞ্চ আৰু বেৰাৰ, ভাৰত
পেচা কবি
ভাষা হিন্দী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সময় ১৯০৪-১৯৪৮
ধৰণ কবিতা
বিষয় হিন্দী সাহিত্য
দাম্পত্যসংগী ঠাকুৰ লক্ষ্মণ সিং চৌহান
সন্তান

তথ্য উৎস সম্পাদনা কৰক

  1. "Biography of Subhadra Kumari Chauhan". All poetry. https://allpoetry.com/Subhadra-Kumari-Chauhan। আহৰণ কৰা হৈছে: 27 June 2017. 

বাহ্যিক সংযোগ সম্পাদনা কৰক